- আজি ভাৰতৰ জনপ্ৰিয় অভিনেতা কে.এ. ঠাংগাভেলুৰ মৃত্যু দিন ৷ 1950 ৰ পৰা 70 দশকৰ জনপ্ৰিয় ব্যংগ অভিনেতা হিচাপে প্ৰতিষ্ঠিত হৈ পৰিছিল অভিনেতাগৰাকী ৷
- আজি ভাৰতীয় চুটাৰ অভিনৱ বিন্দ্ৰাৰ জন্মদিন ৷ 2008 বৰ্ষত অলিম্পিকত স্বৰ্ণ পদক লাভ কৰি অলিম্পিকত প্ৰথমবাৰলৈ ব্যক্তিগত ক্ৰীড়াত সোনৰ পদক অৰ্জন কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈ পৰিছিল চুটাৰ অভিনৱ বিন্দ্ৰা ৷
- ১৯২৮ চনৰ আজিৰ দিনটোতে বিজ্ঞানী আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিন আৱিষ্কাৰ কৰিছিল ।
- ১৮৩৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ধৰ্মগুৰু ছাইবাবাৰ জন্ম হয় ।
- ১৯৮২ চনৰ আজিৰ দিনটোতে অভিনৱ সিং বিন্দ্ৰাৰ জন্ম হয় ।
- ১৯২৯ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে নাইটিংগেল লতা মংগেশকাৰৰ জন্ম হয় ।
- ২০০৪ চনৰ আজিৰ দিনটোতে ইংৰাজী ভাষাৰ প্ৰখ্যাত ভাৰতীয় সাহিত্যিক মুলকৰাজ আনন্দৰ মৃত্য হয় ।
- ১৮৩৮ চনৰ আজিৰ দিনটোতে ৬২ বছৰ বয়সত বাহাদুৰ শ্বাহে মোগল সিংহাসন আৰোহণ কৰে। উল্লেখ্য যে শেষৰজন মোগল সম্ৰাট বাহাদুৰ শ্বাহে চিপাহী বিদ্ৰোহত অভিযুক্ত হৈ মৃত্যুবৰণ কৰিবলগীয়া হয় ।
- ১১০৬ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ ৰজা প্ৰথম হেনৰীৰ নৰ্মাণ্ডি অধিকাৰ হয়। ইংলেণ্ড আৰু নৰ্মাণ্ডিৰ পুনৰ একত্ৰীকৰণ হয় ।
- প্ৰখ্যাত ফৰাচী ঔপন্যাসিক প্ৰছপাৰ মেৰিমৰ জন্ম হয় ১৮০৩ আজিৰ দিনটোতে। কলম্বো আৰু কাৰমেন তেওঁৰ দুখন অনবদ্য উপন্যাস ।
- ফৰাচী বিজ্ঞানী লুই পেষ্টিউৰৰ মৃত্যু হয় ১৮৯৫ চনৰ আজিৰ দিনটোতে ।
- প্ৰথম বিশ্বযুদ্ধত ছাৰ্বিয়ানৰ হাতত বুলগেৰিয়াৰ সীমান্তত পৰাজয়ৰ পাছত বুলগেৰিয়াই ১৯১৮ বৰ্ষৰ আজিৰ তাৰিখতে আত্মসমৰ্পন কৰে ।
- 2018 চনৰ আজিৰ দিনটোতে ইণ্ডোনেচিয়াত সংঘটিত হৈছিল ভয়ংকৰ ভূমিকম্প ৷ ছুলাৱেছি অঞ্চলত সংঘটিত 7.5 ৰিখতাৰ স্কেলৰ ভূমিকম্পত মৃত্যু হৈছিল 4340 গৰাকী আৰু আহতৰ সংখ্যা 10, 679 জন ৷
ইতিহাসত আজিৰ দিনটো - আজিৰ দিনটো
চাওঁ আহত বিশ্ব ইতিহাসত আজিৰ দিনটো (28 ছেপ্টেম্বৰ)ত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে-
ইতিহাসত আজিৰ দিনটো

আজি ভাৰতৰ জনপ্ৰিয় অভিনেতা কে.এ. ঠাংগাভেলুৰ মৃত্যু দিন ৷ 1950 ৰ পৰা 70 দশকৰ জনপ্ৰিয় ব্যংগ অভিনেতা হিচাপে প্ৰতিষ্ঠিত হৈ পৰিছিল অভিনেতাগৰাকী ৷
আজি ভাৰতীয় চুটাৰ অভিনৱ বিন্দ্ৰাৰ জন্মদিন ৷ 2008 বৰ্ষত অলিম্পিকত স্বৰ্ণ পদক লাভ কৰি অলিম্পিকত প্ৰথমবাৰলৈ ব্যক্তিগত ক্ৰীড়াত সোনৰ পদক অৰ্জন কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈ পৰিছিল চুটাৰ অভিনৱ বিন্দ্ৰা ৷
১৯২৮ চনৰ আজিৰ দিনটোতে বিজ্ঞানী আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিন আৱিষ্কাৰ কৰিছিল ।
১৮৩৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ধৰ্মগুৰু ছাইবাবাৰ জন্ম হয় ।
১৯৮২ চনৰ আজিৰ দিনটোতে অভিনৱ সিং বিন্দ্ৰাৰ জন্ম হয় ।
১৯২৯ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে নাইটিংগেল লতা মংগেশকাৰৰ জন্ম হয় ।
২০০৪ চনৰ আজিৰ দিনটোতে ইংৰাজী ভাষাৰ প্ৰখ্যাত ভাৰতীয় সাহিত্যিক মুলকৰাজ আনন্দৰ মৃত্য হয় ।
১৮৩৮ চনৰ আজিৰ দিনটোতে ৬২ বছৰ বয়সত বাহাদুৰ শ্বাহে মোগল সিংহাসন আৰোহণ কৰে। উল্লেখ্য যে শেষৰজন মোগল সম্ৰাট বাহাদুৰ শ্বাহে চিপাহী বিদ্ৰোহত অভিযুক্ত হৈ মৃত্যুবৰণ কৰিবলগীয়া হয় ।
১১০৬ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ ৰজা প্ৰথম হেনৰীৰ নৰ্মাণ্ডি অধিকাৰ হয়। ইংলেণ্ড আৰু নৰ্মাণ্ডিৰ পুনৰ একত্ৰীকৰণ হয় ।
প্ৰখ্যাত ফৰাচী ঔপন্যাসিক প্ৰছপাৰ মেৰিমৰ জন্ম হয় ১৮০৩ আজিৰ দিনটোতে। কলম্বো আৰু কাৰমেন তেওঁৰ দুখন অনবদ্য উপন্যাস ।
ফৰাচী বিজ্ঞানী লুই পেষ্টিউৰৰ মৃত্যু হয় ১৮৯৫ চনৰ আজিৰ দিনটোতে ।
প্ৰথম বিশ্বযুদ্ধত ছাৰ্বিয়ানৰ হাতত বুলগেৰিয়াৰ সীমান্তত পৰাজয়ৰ পাছত বুলগেৰিয়াই ১৯১৮ বৰ্ষৰ আজিৰ তাৰিখতে আত্মসমৰ্পন কৰে ।
2018 চনৰ আজিৰ দিনটোতে ইণ্ডোনেচিয়াত সংঘটিত হৈছিল ভয়ংকৰ ভূমিকম্প ৷ ছুলাৱেছি অঞ্চলত সংঘটিত 7.5 ৰিখতাৰ স্কেলৰ ভূমিকম্পত মৃত্যু হৈছিল 4340 গৰাকী আৰু আহতৰ সংখ্যা 10, 679 জন ৷