ETV Bharat / bharat

ইতিহাসত আজিৰ দিনটো - ইতিহাসত আজিৰ দিনটো

চাওঁ আহক বিশ্ব ইতিহাসত আজিৰ দিনটো (22 ছেপ্টেম্বৰ)ত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে-

history in today's date
author img

By

Published : Sep 22, 2019, 7:00 AM IST

  • আজি বিখ্যাত মহিলা পৰ্বতাৰোহী জুনকো তাবেৰ জন্মদিন ৷ এই জাপানী পৰ্বাতাৰোহী গৰাকী আছিল মাউন্ট এভাৰেষ্টৰ শীৰ্ষলৈ আৰোহণ কৰা প্ৰথমগৰাকী মহিলা ৷ 1939 চনৰ 22 ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰিছিল জুনকো তাবেই ৷
  • আমেৰিকা যুক্তৰাষ্ট্ৰই 22 ছেপ্টেম্বৰৰ দিনটো আমেৰিকান বিজনেজ উইমেনছ ডে' অৰ্থাৎ আমেৰিকাই মহিলা ব্যৱসায়ী দিৱস হিচাপে পালন কৰে ৷
  • আজি মালিৰ স্বাধীনতা দিৱস ৷ 1960 চনৰ আজিৰ দিনটোত মালিয়ে ফ্ৰান্সৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল ৷
  • আজি বুলগেৰিয়াৰ স্বাধীনতা দিৱস ৷ 1908 চনক অট্টমেন এম্পায়াৰৰ পৰা দেশখনে স্বাধীনতা লাভ কৰে ৷
  • আজি ফিনলেণ্ডৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি কাৰ্লো জুহ' ষ্টাহলবাৰ্গ (Kaarlo Juho Ståhlberg)ৰ আজি মৃত্যু বাৰ্ষিকী ৷
  • 2013 চনৰ আজিৰ দিনটোতে পাকিস্তানৰ পেছুৱাৰত সংঘটিত হৈছিল বোমা বিস্ফোৰণৰ ঘটনা ৷ খ্ৰীষ্টিয়ান গীৰ্জাঘৰত সংঘটিত আত্মঘাতী বিস্ফোৰণত মৃত্যু হৈছিল কমেও 75 গৰাকীকৈ লোক ৷
  • 1934 চনৰ আজিৰ দিনটোতে ৱেলত সংঘটিত হৈছিল গ্ৰেছফৰ্ড দুৰ্যোগ ৷ য’ত মৃত্যুক সাৱতি লৈছিল প্ৰায় 266 গৰাকী কয়লাখনিত কাম কৰা শ্ৰমিকে ৷

histpory
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.