ETV Bharat / bharat

ইতিহাসত আজিৰ দিনটো

পলকতে চাওঁ আহক আজিৰ দিনটো (১৭ আগষ্ট)ত বিশ্ব ইতিহাসত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে:

ইতিহাসত আজিৰ দিনটো
author img

By

Published : Aug 17, 2019, 7:32 AM IST

আজিৰ দিনটো-

  • আজি বিশিষ্ট কণ্ঠশিল্পী প্ৰয়াত খগেন মহন্তৰ জন্মবাৰ্ষিকী । ১৯৪২ চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল অসমৰ জনপ্ৰিয় গায়ক, সুৰকাৰ আৰু গীতিকাৰ খগেন মহন্তই ।
  • ১৯৪৭ চনৰ আজিৰ দিনটোতে জৱাহৰলাল নেহৰুৱে অন্তৰ্ৱতী চৰকাৰ গঠন কৰে আৰু লৰ্ড মাউণ্ট বেটেনে তেখেতক স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে ।
  • দেশ বিভাজনৰ পাচতে যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰে তাৰ ঠিক দুদিনৰ পাচতেই অৰ্থাৎ ১৯৪৭ চনৰ ১৭ আগষ্ট তাৰিখে ফাদিল কৰা হয় ৰেডক্লিফ লাইন নামৰ ভৌগোলিক ৰেখাডাল । যাৰ জৰিয়তে বংগ আৰু পঞ্জাৱৰ মাজেৰে ভাৰত আৰু পাকিস্তান(পূৱ-পাকিস্তান আৰু পশ্চিম-পাকিস্তান)ৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল ।
  • ২০০৫ চনৰ ১৭ আগষ্ট তাৰিখে সংঘটিক হৈছিল হৃদয় কঁপোৱা ঘটনা । বাংলাদেশৰ ৬৯ খন জিলাৰ ৬৩ খনৰে প্ৰায় ৩০০টা অঞ্চলত সন্ত্ৰাসবাদীয়ে বোমা সংস্থাপিত কৰি ৰাখিছিল ।
  • ১৯৩২ চনৰ আজিৰ দিনটোতে নোবেল বিজয়ী ভাৰতীয় মূলৰ সাহিত্যিক ভি. এচ্. নাইপলৰ জন্ম হয় ।
  • ১৯৬২ চনৰ আজিৰ দিনটোতে গুলীবদ্ধ হৈ মৃত্যুক সাৱতি লৈছিল পিটাৰ ফেচটাৰে । বাৰ্লিন দেৱাল বগাই পশ্চিম বাৰ্লিনলৈ বগাই যাব খুজোতেই পূৱ জাৰ্মানী সীমান্তৰক্ষীৰ গুলীত মৃত্যু হোৱা ২৭ নম্বৰৰ ব্যক্তি হিচাপে তেওঁক জনা যায় । মৃত্যুৰ সময়ত পিটাৰৰ বয়স আছিল মাত্ৰ ১৮ বছৰ ।
  • ১৯৭৭ চনৰ আজিৰ দিনটোতে 'The Soviet icebreaker Arktika' দক্ষিণ মেৰুত পদাৰ্পন কৰা প্ৰথমখন সাগৰীয় জাহাজ হিচাপে পৰিগণিত হৈছিল ।
  • ১৯৮৮ চনৰ আজিৰ দিনটোতে বিমান দুৰ্ঘটনাত মৃত্যুক সাৱতি লৈছিল পাকিস্তানৰ ৰাষ্ট্ৰপতি মহম্মদ জিয়া-উল-হক আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় দূত আৰ্নল ৰাফেলে ।
  • ২০০৮ চনৰ আজিৰ দিনটোতে অলিম্পিকত আঠটাকৈ সোনৰ পদক প্ৰাপক প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছিল আমেৰিকাৰ সাঁতোৰবিদ মাইকেল ফেলপ্চ ।
  • 1836 চনৰ আজিৰ দিনটোতে ব্ৰিটিছ সাংসদে জন্ম, বিবাহ আৰু মৃত্যুৰ পঞ্জীয়ণ গৃহীত কৰিছিল ৷
  • ১৯৬৯ চনৰ আজিৰ দিনটোতে নোবেল বঁটা বিজয়ী পদাৰ্থবিজ্ঞানী অটষ্টাৰ্নৰ মৃত্যু হৈছিল ।
  • ১৯০৮ চনৰ আজিৰ দিনটোতে প্ৰথমখন এনিমেটেড কাৰ্টুন প্ৰদৰ্শিত হৈছিল । মাইল কল (mile Cohl)ৰ এই ফানতাচমাগ'ৰি (Fantasmagorie) নামৰ প্ৰথম কাৰ্টুনখন প্ৰদৰ্শন কৰা হৈছিল ফ্ৰান্সৰ পেৰিচত ।

চাওঁ আহক আজিৰ দিনটো (১৭ আগষ্ট)ত বিশ্ব ইতিহাসত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে:

আজিৰ দিনটো-

আজি বিশিষ্ট কণ্ঠশিল্পী প্ৰয়াত খগেন মহন্তৰ জন্মবাৰ্ষিকী । ১৯৪২ চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল অসমৰ জনপ্ৰিয় গায়ক, সুৰকাৰ আৰু গীতিকাৰ খগেন মহন্তৰ ।

১৯৪৭ চনৰ আজিৰ দিনটোতে জৱাহৰলাল নেহৰুৱে অন্তৰ্ৱতী চৰকাৰ গঠন কৰে আৰু লৰ্ড মাউণ্ট বেটেনে তেখেতক স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে ।

দেশ বিভাজনৰ পাচতে যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰে তাৰ ঠিক দুদিনৰ পাচতেই অৰ্থাৎ ১৯৪৭ চনৰ ১৭ আগষ্ট তাৰিখে ফাদিল কৰা হয় ৰেডক্লিফ লাইন নামৰ ভৌগোলিক ৰেখাডাল  । যাৰ জৰিয়তে বংগ আৰু পঞ্জাৱৰ মাজেৰে ভাৰত আৰু পাকিস্তান(পূৱ-পাকিস্তান আৰু পশ্চিম-পাকিস্তান)ৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল ।

২০০৫ চনৰ ১৭ আগষ্ট তাৰিখে সংঘটিক হৈছিল হৃদয় কঁপোৱা ঘটনা । বাংলাদেশৰ ৬৯ খন জিলাৰ ৬৩ খনৰে প্ৰায় ৩০০টা অঞ্চলত সন্ত্ৰাসবাদীয়ে বোমা সংস্থাপিত কৰি ৰাখিছিল ।

১৯৩২ চনৰ আজিৰ দিনটোতে নোবেল বিজয়ী ভাৰতীয় মূলৰ সাহিত্যিক ভি. এচ্. নাইপলৰ জন্ম হয় ।

১৯৬২ চনৰ আজিৰ দিনটোতে গুলীবদ্ধ হৈ মৃত্যুক সাৱতি লৈছিল পিটাৰ ফেচটাৰে । বাৰ্লিন দেৱাল বগাই পশ্চিম বাৰ্লিনলৈ বগাই যাব খুজোতেই পূৱ জাৰ্মানী সীমান্তৰক্ষীৰ গুলীত মৃত্যু হোৱা ২৭ নম্বৰৰ ব্যক্তি হিচাপে তেওঁক জনা যায় । মৃত্যুৰ সময়ত পিটাৰৰ বয়স আছিল মাত্ৰ ১৮ বছৰ ।

১৯৭৭ চনৰ আজিৰ দিনটোতে 'The Soviet icebreaker Arktika' দক্ষিণ মেৰুত পদাৰ্পন কৰা প্ৰথমখন সাগৰীয় জাহাজ হিচাপে পৰিগণিত হৈছিল ।

১৯৮৮ চনৰ আজিৰ দিনটোতে বিমান দুৰ্ঘটনাত মৃত্যুক সাৱতি লৈছিল পাকিস্তানৰ ৰাষ্ট্ৰপতি মহম্মদ জিয়া-উল-হক আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় দূত আৰ্নল ৰাফেলে ।

২০০৮ চনৰ আজিৰ দিনটোতে অলিম্পিকত আঠটাকৈ সোনৰ পদক প্ৰাপক প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছিল আমেৰিকাৰ সাঁতোৰবিদ মাইকেল ফেলপ্চ ।

1836 চনৰ আজিৰ দিনটোতে ব্ৰিটিছ সাংসদে জন্ম, বিবাহ আৰু মৃত্যুৰ পঞ্জীয়ণ গৃহীত কৰিছিল ৷

১৯৬৯ চনৰ আজিৰ দিনটোতে নোবেল বঁটা বিজয়ী পদাৰ্থবিজ্ঞানী অটষ্টাৰ্নৰ মৃত্যু হৈছিল ।

১৯০৮ চনৰ আজিৰ দিনটোতে প্ৰথমখন এনিমেটেড কাৰ্টুন প্ৰদৰ্শিত হৈছিল । মাইল কল (mile Cohl)ৰ  এই ফানতাচমাগ'ৰি (Fantasmagorie) নামৰ প্ৰথম কাৰ্টুনখন প্ৰদৰ্শন কৰা হৈছিল ফ্ৰান্সৰ পেৰিচত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.