ETV Bharat / bharat

ইতিহাসত আজিৰ দিনটো - history

চাও আহক 5 জুলাইত বিশ্ব ইতিহাসত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়েঃ

etv bharat
author img

By

Published : Aug 5, 2019, 3:06 PM IST

✍ আজি আফ্ৰিকা মহাদেশৰ ৰাষ্ট্ৰ বুৰ্কিনা ফাচোৰ স্বাধীনতা দিৱস। ১৯৬০ চনত দেশখনে ফ্ৰান্সৰ পৰা স্বাধীনতা লাভ কৰে।

✍ ১৯৩০ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ প্ৰখ্যাত মহাকাশচাৰী তথা চন্দ্ৰত ভৰি দিয়া প্ৰথমজন ব্যক্তি নীল আৰ্মষ্ট্ৰঙৰ জন্ম হৈছিল।

✍ ১৯৫০ চনৰ আজিৰ দিনটোতে স্বাধীন অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ মৃত্যু হৈছিল।

✍ ১৯৭৪ চনৰ আজিৰ দিনটোতে বলীউডৰ অভিনেত্ৰী কাজলৰ জন্ম হয়।

✍ ১৯৬৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ ভেংকটেশ প্ৰসাদৰ জন্ম হয়।

✍ ১৯৯৮ চনৰ আজিৰ দিনটোতে অসমৰ প্ৰাক্তম মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ মৃত্যু হৈছিল। ডিব্ৰুগড়ৰ পৰা নিৰ্বাচিত হোৱা গগৈ ১৯৮২ চনত দুমাহৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। উল্লেখযোগ্য যে কেশৱ চন্দ্ৰ গগৈ বৰ্তমানৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ পিতৃ।

✍ ২০০০ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেটাৰ লালা অমৰনাথৰ মৃত্যু হয়।

✍ ১৯৬২ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ প্ৰখ্যাত অভিনেত্ৰী,গায়িকা,মডেল মেৰিলিন মনৰোৰ মৃত্যু হয়।

✍ কাৰ আৱিস্কাৰক কাৰ্ল বেঞ্জে আৱিস্কাৰ কৰা প্ৰথমখন কাৰ অকলে সৰ্বাধিক দুৰত্ব ভ্ৰমণ কৰা প্ৰথম গৰাকী ব্যক্তি হিচাপে পৰিগণিত হয় তেখেতৰ পত্নী। ১৮৮৮ চনৰ আজিৰ দিনটোতে তেখেতে উক্ত কাৰখনেৰে ১০৪ কিলোমিটাৰ ভ্ৰমণ কৰে।

✍ ১৯‍১৪ চনৰ আজিৰ দিনটোতে আমেৰিকাত প্ৰথম বাৰৰ বাবে ট্ৰেফিক লাইট লগোৱাৰ ব্যৱস্থা কৰা হয়।

Intro:Body:

🙏সুপ্ৰভাত🙏

✍ আজি ইংৰাজী ২০১৯ চনৰ আগষ্ট মাহৰ ৫ তাৰিখ।বছৰটোৰ ২১৮ তম দিন।বছৰটো শেষ হ'বলৈ আৰু ১৪৮ দিন বাকী। অসমীয়া লেখেৰে ১৯৪১ শকৰ শাওণ মাহৰ ১৯ তাৰিখ।

******************************************

✍ আজি আফ্ৰিকা মহাদেশৰ ৰাষ্ট্ৰ বুৰ্কিনা ফাচোৰ স্বাধীনতা দিৱস। ১৯৬০ চনত দেশখনে ফ্ৰান্সৰ পৰা স্বাধীনতা লাভ কৰে।

✍ ১৯৩০ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ প্ৰখ্যাত মহাকাশচাৰী তথা চন্দ্ৰত ভৰি দিয়া প্ৰথমজন ব্যক্তি নীল আৰ্মষ্ট্ৰঙৰ জন্ম হৈছিল।

✍ ১৯৫০ চনৰ আজিৰ দিনটোতে স্বাধীন অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ মৃত্যু হৈছিল।

✍ ১৯৭৪ চনৰ আজিৰ দিনটোতে বলীউডৰ অভিনেত্ৰী কাজলৰ জন্ম হয়।

✍ ১৯৬৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ ভেংকটেশ প্ৰসাদৰ জন্ম হয়।

✍ ১৯৯৮ চনৰ আজিৰ দিনটোতে অসমৰ প্ৰাক্তম মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ মৃত্যু হৈছিল।ডিব্ৰুগড়ৰ পৰা নিৰ্বাচিত হোৱা গগৈ ১৯৮২ চনত দুমাহৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে।উল্লেখযোগ্য যে কেশৱ চন্দ্ৰ গগৈ বৰ্তমানৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ পিতৃ।

✍ ২০০০ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেটাৰ লালা অমৰনাথৰ মৃত্যু হয়।

✍ ১৯৬২ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ প্ৰখ্যাত অভিনেত্ৰী,গায়িকা, মডেল মেৰিলিন মনৰ'ৰ মৃত্যু হয়।

✍ কাৰ আৱিস্কাৰক কাৰ্ল বেন্জে আৱিস্কাৰ কৰা প্ৰথমখন কাৰ অকলে সৰ্বাধিক দূৰত্ব ভ্ৰমণ কৰা প্ৰথম গৰাকী ব্যক্তি হিচাপে পৰিগণিত হয় তেখেতৰ পত্নী।১৮৮৮ চনৰ আজিৰ দিনটোতে তেখেৰে উক্ত কাৰ খনেৰে ১০৪ কিলোমিটাৰ ভ্ৰমণ কৰে।

✍ ১৯‍১৪ চনৰ আজিৰ দিনটোতে আমেৰিকাত প্ৰথম বাৰৰ বাবে ট্ৰেফিক লাইট লগোৱাৰ ব্যৱস্থা কৰা হয়।

                      🙏 ধন্যবাদ🙏

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.