- 1954 চনৰ আজিৰ দিনটোতে বিবিচি য়ে ইয়াৰ প্ৰথমখন টেলিভিজন বুলেটিন সম্প্ৰচাৰ কৰিছিল ৷
- ‘ইম্বেড’ন চিংগলচ’ উপাধি লাভ কৰা প্ৰথমগৰাকী কৃষ্ণবৰ্গীয় লোক আছিল- আৰ্থোৰ এছ ৷ 1975 চনৰ 5 জুলাই তাৰিখেই তেওঁ লাভ কৰিছিল এই সন্মান ৷ ড্য শ্বেম্পিয়নশ্বিপ অৱ ইম্বেড’ন হৈছে বিশ্বৰ সবাতোকৈ পুৰণি টেনিচ টুৰ্ণামেন্ট ৷
- ছ’ভিয়েট ইউনিয়নৰ পৰা স্বাধীন হোৱাৰ চাৰিবছৰৰ পাচত 1995 চনৰ আজিৰ জিনটোতে ৰিপাব্লিক অৱ আৰ্মেনিয়াই নিজৰ সংবিধান গ্ৰহণ কৰিছিল ৷
- নিউক্লিয়াৰ ট্ৰেনস্ফাৰৰ জৰিয়তে প্ৰথমবাৰৰ বাবে ডলী নামৰ এটা ভেৰাৰ জৰিয়তে প্ৰজনন কৰোৱা হৈছিল ৷ 1996 চনৰ আজিৰ দিনটোতে সফল হৈছিল এই বৈজ্ঞানিক প্ৰক্ৰিয়া ৷ আৰু ডলী প্ৰথমটো স্তন্যপায়ী প্ৰানী হৈ পৰিছিল যি একক ভাৱেই প্ৰজনন কৰিবলৈ সক্ষম হৈছিল ৷
- 2004 চনৰ 5 জুলাইত প্ৰথমবাৰৰ বাবে ইণ্ডোনেচিয়াত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰপতি নিৰ্বাচন ৷
ইতিহাসত আজিৰ দিনটো - 2 july history
চাওঁ আহক বিশ্ব ইতিহাসত ৫ জুলাইত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে-
etv bharat
- 1954 চনৰ আজিৰ দিনটোতে বিবিচি য়ে ইয়াৰ প্ৰথমখন টেলিভিজন বুলেটিন সম্প্ৰচাৰ কৰিছিল ৷
- ‘ইম্বেড’ন চিংগলচ’ উপাধি লাভ কৰা প্ৰথমগৰাকী কৃষ্ণবৰ্গীয় লোক আছিল- আৰ্থোৰ এছ ৷ 1975 চনৰ 5 জুলাই তাৰিখেই তেওঁ লাভ কৰিছিল এই সন্মান ৷ ড্য শ্বেম্পিয়নশ্বিপ অৱ ইম্বেড’ন হৈছে বিশ্বৰ সবাতোকৈ পুৰণি টেনিচ টুৰ্ণামেন্ট ৷
- ছ’ভিয়েট ইউনিয়নৰ পৰা স্বাধীন হোৱাৰ চাৰিবছৰৰ পাচত 1995 চনৰ আজিৰ জিনটোতে ৰিপাব্লিক অৱ আৰ্মেনিয়াই নিজৰ সংবিধান গ্ৰহণ কৰিছিল ৷
- নিউক্লিয়াৰ ট্ৰেনস্ফাৰৰ জৰিয়তে প্ৰথমবাৰৰ বাবে ডলী নামৰ এটা ভেৰাৰ জৰিয়তে প্ৰজনন কৰোৱা হৈছিল ৷ 1996 চনৰ আজিৰ দিনটোতে সফল হৈছিল এই বৈজ্ঞানিক প্ৰক্ৰিয়া ৷ আৰু ডলী প্ৰথমটো স্তন্যপায়ী প্ৰানী হৈ পৰিছিল যি একক ভাৱেই প্ৰজনন কৰিবলৈ সক্ষম হৈছিল ৷
- 2004 চনৰ 5 জুলাইত প্ৰথমবাৰৰ বাবে ইণ্ডোনেচিয়াত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰপতি নিৰ্বাচন ৷
1852 Frederick Douglass, fugitive slave, delivers his 'What to the Slave Is the Fourth of July?' speech to the Ladies' Anti-Slavery Society in Rochester, condemns the celebration as hypocritical sham
1954 – The BBC broadcasts its first television news bulletin.
1975 – Arthur Ashe becomes the first black man to win the Wimbledon singles title.
1995 – The Republic of Armenia adopts its constitution, four years after its independence from the Soviet Union.
1996 – Dolly the sheep becomes the first mammal cloned from an adult cell.
2004 – The first Indonesian presidential election is held.
(1852 চনৰ 5 জুলাই তাৰিখে পলাতক দাস ফ্ৰেজাৰিক ড’গ্লাছে প্ৰথমবাৰৰ বাবে সকলোৰে সন্মুখত বক্তিতা প্ৰদান কৰিছিল ৷ )
1954 চনৰ আজিৰ দিনটোতে বিবিচি য়ে ইয়াৰ প্ৰথমখন টেলিভিজন বুলেটিন সম্প্ৰচাৰ কৰিছিল ৷
ইম্বেড’ন চিংগলচ উপাধি লাভ কৰা প্ৰথমগৰাকী কৃষ্ণবৰ্গীয় লোক আছিল আৰ্থোৰ এছ ৷ 1975 চনৰ 5 জুলাই তাৰিখেই তেওঁ লাভ কৰিছিল এই সন্মান ৷ ড্য শ্বেম্পিয়নশ্বিপ অৱ ইম্বেড’ন হৈছে বিশ্বৰ সবাতোকৈ পুৰণি টেনিচ টুৰ্ণামেন্ট ৷
ছ’ভিয়েট ইউনিয়নৰ পৰা স্বাধীন হোৱাৰ চাৰিবছৰৰ পাচত 1995 চনৰ আজিৰ জিনটোতে ৰিপাব্লিক অৱ আৰ্মেনিয়াই নিজৰ সংবিধান গ্ৰহণ কৰিছিল ৷
নিউক্লিয়াৰ ট্ৰেনস্ফাৰৰ জৰিয়তে প্ৰথমবাৰৰ বাবে ডলী নামৰ এটা ভেৰাৰ জৰিয়তে প্ৰজনন কৰোৱা হৈছিল ৷ 1996 চনৰ আজিৰ দিনটোতে সফল হৈছিল এই বৈজ্ঞানিক প্ৰক্ৰিয়া ৷ আৰু ডলী প্ৰথমটো স্তন্যপায়ী প্ৰানী হৈ পৰিছিল যি একক ভাৱেই প্ৰজনন কৰিবলৈ সক্ষম হৈছিল ৷
2004 চনৰ 5 জুলাইত প্ৰথমবাৰৰ বাবে ইণ্ডোনেচিয়াত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰপতি নিৰ্বাচন ৷
Last Updated : Jul 5, 2019, 6:20 AM IST