ETV Bharat / bharat

দল বাগৰিছে নেকি স্বপ্না চৌধৰীয়ে!

author img

By

Published : Jul 7, 2019, 8:46 PM IST

নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দল, নিৰ্বাচনৰ পিচত বিজেপি ৷ দল বাগৰিছে নেকি গায়িকাগৰাকীয়ে ৷

দল বাগৰিছে নেকি স্বপ্না চৌধৰীয়ে!

দিল্লী, 7 জুলাইঃ দেওবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে হাৰিয়ানাৰ জনপ্ৰিয় গায়িকা তথা নৃত্যশিল্পী স্বপ্না চৌধৰীয়ে ৷ দিল্লী গোটৰ সভাপতি মনোজ তিৱাৰীৰ উপস্থিতিত দলটোত যোগদান কৰে স্বপ্না চৌধৰীয়ে ৷

দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত আয়োজিত এক অনুষ্ঠানত দলটোত যোগদান কৰে গায়িকাগৰাকীয়ে ৷ অনুষ্ঠানটোত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ লগতে বিজেপিৰ সাধাৰণ সম্পাদক ৰাম লালও উপস্থিত আছিল ৷

দল বাগৰিছে নেকি স্বপ্না চৌধৰীয়ে!

আনহাতে, লোকসভা নিৰ্বাচনৰ পূৰ্বে স্বপ্না চৌধৰীয়ে কংগ্ৰেছত যোগদান কৰাৰ এক ফটো ছ'চিয়েল মিডিয়াত প্ৰকাশ পাইছিল যদিও এই কথা অস্বীকাৰ কৰিছিল গায়িকাগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.