ETV Bharat / bharat

মোদীৰ সলনি সুষমা স্বৰাজক প্ৰধানমন্ত্ৰী হোৱাটো কিয় বিচাৰিছিল দিগ্বিজয় সিঙে ?

author img

By

Published : Aug 19, 2020, 5:18 PM IST

যদি ভাৰতীয় জনতা পাৰ্টীয়ে 2014 ৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ সলনি সুষমা স্বৰাজক বাচনি কৰিলেহেঁতেন তেন্তে হয়তো আজি দেশৰ অৱস্থা অধিক উন্নত হ‘লহেঁতেন ৷

Had BJP chosen Sushma Swaraj in 2014, country would have been better off: Digvijaya Singh
মোদীৰ সলনি সুষমা স্বৰাজক প্ৰধানমন্ত্ৰী হোৱাটো কিয় বিচাৰিছিল দিগ্বিজয় সিঙে ?

নিউজ ডেস্ক, 19 আগষ্ট : জ্যেষ্ঠ কংগ্ৰেছ নেতা দিগ্বিজয় সিঙে বুধবাৰে কয় যে, যদি ভাৰতীয় জনতা পাৰ্টীয়ে 2014 ৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ সলনি সুষমা স্বৰাজক বাচনি কৰিলেহেঁতেন তেন্তে হয়তো আজি দেশৰ অৱস্থা অধিক উন্নত হ‘লহেঁতেন ৷

  • Who knows if BJP had opted for Sushma Swaraj ji, in stead of Modi ji in 2014, she would have still been with us and our Country would have been much better off. I had publicly said that in a tv debate with her. That doesn’t mean Smriti Irani ji you should start getting ideas!!

    — digvijaya singh (@digvijaya_28) August 19, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

কংগ্ৰেছ নেতাগৰাকীয়ে এনেদৰে কয়, " কোনে জানে, যদি বিজেপিয়ে 2014 চনত মোদী জীৰ সলনি সুষমা স্বৰাজ জীক বাচনি কৰিলেহেঁতেন, তেন্তে হয়তো তেখেত আজিও আমাৰ লগত থাকিলেহেঁতেন আৰু আমাৰ দেশৰ অধিক ভাল অৱস্থা হ‘ল হেঁতেন ৷ মই এই কথা মুকলিকৈ তেখেতৰ সৈতে কৰা এই টেলিভিজন অনুষ্ঠানত কৈছিলো ৷ "

লগতে পঢ়ক: চি আৰ পি এফৰ অভিযানত উদ্ধাৰ মাৰণাস্ত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.