ETV Bharat / bharat

ভাৰত চৰকাৰক গুৰুত্বপূৰ্ণ সামগ্ৰী যোগান ধৰা চুক্তিৰ ম্যাদ বৃদ্ধি

author img

By

Published : Jun 12, 2020, 7:12 PM IST

কোভিড ১৯ অধিক সংক্ৰমণ হোৱা দেখি ভাৰতীয় প্ৰতিৰক্ষা বিভাগে ভেণ্ডৰ সকলৰ লগত সামগ্ৰী যোগান ধৰাৰ যি চুক্তি কৰিছিল পুনৰ চাৰিমাহৰ বাবে চুক্তিৰ ম্যাদ বৃদ্ধি কৰিলে ।

ভাৰত চৰকাৰক গুৰুত্বপূণ সামগ্ৰী যোগান ধৰা চুক্তিৰ ম্যাদ বৃদ্ধি

নিউজ ডেস্ক ,১২ জুনঃ ভাৰতীয় প্ৰতিৰক্ষা বিভাগে শুক্ৰবাৰে পুনৰ চাৰি মাহৰ সময়-সীমা বঢা়ই দিলে । যি সকলে ভাৰতীয় সেনাক বিভিন্ন ধৰণৰ প্ৰয়োজনীয় সামগ্ৰীৰ যোগান ধৰাৰ ঠিকা লাভ কৰিছিল ভাৰতীয় ভেণ্ডৰে । সাম্প্রতিক ক'ৰণা ভাইৰাছ অধিক সংক্ৰমণ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি।

আনহতে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই কাৰণে লোৱা হৈছে যাতে ইয়াৰ ফলত ভাৰতী প্ৰতিৰক্ষাৰ ক্ষেত্রত যাতে কোনোধৰণৰ সমস্যা সৃষ্টি নহয় । পূৰ্বৰ চুক্তি অনুসৰি সামগ্ৰী সমূহ ২৫ মাচ আৰু ২৪ জুলাই ভিতৰত জমা দিব লাগিছিল । পুনৰ বিভাগে চাৰি মাহৰ কাৰণে চুক্তিৰ ম্যাদ বৃদ্ধি কৰিলে । লগতে পঢকঃ শ্বেতাংগ-কৃষ্ণাংগ বিৰোধী প্ৰতিবাদৰ মাজতেই নিক্সনৰ সৈতে খোজ মিলাইছে ট্ৰাম্পে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.