- আনন্দীবেন পেটেলক উত্তৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে বদলি
- শ্ৰী জগদীপ ধনখৰক পশ্চিম বংগৰ ৰাজ্যপাল হিচাপে নিযুক্তি
- শ্ৰী ৰমেশ বইচক ত্ৰিপুৰাৰ ৰাজ্যপাল হিচাপে নিযুক্তি
- শ্ৰী লাল জী টেণ্ডনক নিযুক্তি দিয়া হৈছে মধ্য প্ৰদেশৰ ৰাজ্যপাল হিচাপে
- শ্ৰী ফগু চৌহানক বিহাৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি
- শ্ৰী আৰ এন ৰবিক নিযুক্তি দিয়া হৈছে নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে
6 ৰাজ্যত নতুন ৰাজ্যপালৰ নিযুক্তি - বিহাৰ
আনন্দীবেন পেটেল পূৰ্বতে মধ্যপ্ৰদেশৰ ৰাজ্যপাল হিচাপে কৰ্মৰত আছিল ৷ লালা জী টেণ্ডন কৰ্মৰত আছিল বিহাৰত ৷
- আনন্দীবেন পেটেলক উত্তৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে বদলি
- শ্ৰী জগদীপ ধনখৰক পশ্চিম বংগৰ ৰাজ্যপাল হিচাপে নিযুক্তি
- শ্ৰী ৰমেশ বইচক ত্ৰিপুৰাৰ ৰাজ্যপাল হিচাপে নিযুক্তি
- শ্ৰী লাল জী টেণ্ডনক নিযুক্তি দিয়া হৈছে মধ্য প্ৰদেশৰ ৰাজ্যপাল হিচাপে
- শ্ৰী ফগু চৌহানক বিহাৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি
- শ্ৰী আৰ এন ৰবিক নিযুক্তি দিয়া হৈছে নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে
Smt. Anandiben Patel, Governor of Madhya Pradesh is transferred and appointed as Governor of Uttar Pradesh
(ii) Shri Jagdeep Dhankhar as Governor of West Bengal
(iii) Shri Ramesh Bais as Governor of Tripura
(iv) Shri Lal Ji Tandon, Governor of Bihar is transferred and appointed as Governor of Madhya Pradesh
(v) Shri Phagu Chauhan as Governor of Bihar
(vi) Shri R. N. Ravi as Governor of Nagaland
2. The above appointments will take effect from the dates they assume charge of their respective offices
Conclusion: