নিউজ ডেস্ক, 12 আগষ্টঃ সোমবাৰে ভাৰতীয় মহাকাশ বিজ্ঞানী বিক্ৰম চাৰাভাইৰ 100 সংখ্যক জন্ম জয়ন্তী পালন কৰা হয় ৷ তেওঁক শ্ৰদ্ধা জনাবলৈ গুগলে এক ডুডল মুকলি কৰে ৷ ডুডলটো ডিজাইন কৰে মুম্বাইৰ পবন ৰাজুৰকাৰে ৷ বিক্ৰম চাৰাভাই আছিল ভাৰতীয় মহাকাশ বিজ্ঞানৰ পিতৃ স্বৰূপ ৷ তেওঁ 1962 চনত ভাৰতীয় মহাকাশ বিজ্ঞান কেন্দ্ৰ প্ৰতিষ্ঠা কৰিছিল ৷ তেওঁক সন্মান জনাবলৈ ভাৰতীয় মহাকাশ বিজ্ঞান কেন্দ্ৰই তিৰুৱন্তপুৰমত বিক্ৰম চাৰাভাই বিজ্ঞান কেন্দ্ৰ প্ৰতিষ্ঠা কৰিছিল ৷ চাৰাভাইৰ জন্ম হৈছিল 12 আগষ্টত গুজৰাটৰ আহমেদাবাদত আৰু মৃত্যু হৈছিল 1971 চনৰ 30 ডিচেম্বৰত ৷
জন্ম শতবাৰ্ষিকীত বিক্ৰম চাৰাভাইক স্মৰণ গুগলৰ - ভাৰতীয় মহাকাশ বিজ্ঞান
বিক্ৰম চাৰাভাইক শ্ৰদ্ধা জনাবলৈ গুগলে এক ডুডল মুকলি কৰে ৷ ডুডলটো ডিজাইন কৰে মুম্বাইৰ পবন ৰাজুৰকাৰে ৷ বিক্ৰম চাৰাভাই আছিল ভাৰতীয় মহাকাশ বিজ্ঞানৰ পিতৃ স্বৰূপ ৷
নিউজ ডেস্ক, 12 আগষ্টঃ সোমবাৰে ভাৰতীয় মহাকাশ বিজ্ঞানী বিক্ৰম চাৰাভাইৰ 100 সংখ্যক জন্ম জয়ন্তী পালন কৰা হয় ৷ তেওঁক শ্ৰদ্ধা জনাবলৈ গুগলে এক ডুডল মুকলি কৰে ৷ ডুডলটো ডিজাইন কৰে মুম্বাইৰ পবন ৰাজুৰকাৰে ৷ বিক্ৰম চাৰাভাই আছিল ভাৰতীয় মহাকাশ বিজ্ঞানৰ পিতৃ স্বৰূপ ৷ তেওঁ 1962 চনত ভাৰতীয় মহাকাশ বিজ্ঞান কেন্দ্ৰ প্ৰতিষ্ঠা কৰিছিল ৷ তেওঁক সন্মান জনাবলৈ ভাৰতীয় মহাকাশ বিজ্ঞান কেন্দ্ৰই তিৰুৱন্তপুৰমত বিক্ৰম চাৰাভাই বিজ্ঞান কেন্দ্ৰ প্ৰতিষ্ঠা কৰিছিল ৷ চাৰাভাইৰ জন্ম হৈছিল 12 আগষ্টত গুজৰাটৰ আহমেদাবাদত আৰু মৃত্যু হৈছিল 1971 চনৰ 30 ডিচেম্বৰত ৷
জন্ম শতবাৰ্ষিকীত বিক্ৰম চাৰাভাইক স্মৰণ গুগলৰ
নিউজ ডেস্ক, 12 আগষ্টঃ সোমবাৰে ভাৰতীয় মহাকাশ বিজ্ঞানী বিক্ৰম চাৰাভাইৰ 100 সংখ্যক জন্ম জয়ন্তী পালন কৰা হয় ৷ তেঁওক শ্ৰদ্ধা জনাবলৈ গুগলে এক ডুডল মুকলি কৰে ৷ বিক্ৰম চাৰাভাই আছিল ভাৰতীয় মহাকাশ বিজ্ঞানৰ পিতৃ স্বৰূপ ৷ তেঁও 1962 চনত ভাৰতীয় মহাকাশ বিজ্ঞান কেন্দ্ৰ প্ৰতিষ্ঠা কৰিছিল ৷ তেঁওক সন্মান জনাবলৈ ভাৰতীয় মহাকাশ বিজ্ঞান কেন্দ্ৰয়ে টিৰুভনন্ঠপুৰমত বিক্ৰম চাৰাভাই বিজ্ঞান কেন্দ্ৰ প্ৰতিষ্ঠা কৰিছিলে ৷
চাৰাভাইৰ জন্ম হৈছিল 12 আগষ্টত গুজৰাটৰ আহ্মেদাবাদত আৰু মৃত্যু হৈছিল 1971 চনৰ 30 ডিচেম্বৰত ৷