ETV Bharat / bharat

সমগ্ৰ বিশ্বৰ শেহতীয়া COVID-19ৰ স্থিতি - COVID-19

মহামাৰী ক'ৰণা ভাইৰাচত সমগ্ৰ বিশ্বতে 8,55,20,216 জন লোক সংক্ৰমিত হোৱাৰ লগতে 18,50,941 জন লোক নিহত হৈছে ৷ বৰ্তমানলৈকে 6,04,86,965 জন লোকে মহামাৰীৰ পৰা আৰোগ্য লাভ কৰিছে ৷

Global COVID-19 tracker
সমগ্ৰ বিশ্বৰ শেহতীয়া COVID-19ৰ স্থিতি
author img

By

Published : Jan 4, 2021, 4:08 PM IST

নেশ্যনেল ডেস্ক, 4 জানুৱাৰী: মহামাৰী ক'ৰণা ভাইৰাচত সমগ্ৰ বিশ্বতে 8,55,20,216 জন লোক সংক্ৰমিত হোৱাৰ লগতে 18,50,941 জন লোক নিহত হৈছে ৷ বৰ্তমানলৈকে 6,04,86,965 জন লোকে মহামাৰীৰ পৰা আৰোগ্য লাভ কৰিছে ৷ এই মহামাৰীত আটাইতকৈ বেছি ক্ষতিগ্ৰস্থ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ ৷ 2,11,13,528 জনৰো অধিক লোক মহামাৰীত আক্ৰান্ত হোৱাৰ লগতে 3,60,078 জন লোকৰ মৃত্যু হৈছে ৷

দেওবাৰে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এক টুইট যোগে কয় যে, যোৱা 24 ঘন্টাত 3,00,000 জন লোক নতুনকৈ ক'ৰণা ভাইৰাচত সংক্ৰমিত হৈছে ৷ আন দেশৰ তুলনাত আমেৰিকাত সংক্ৰমিতৰ হাৰ যথেষ্ট বেছি ৷

Global COVID-19 tracker
সমগ্ৰ বিশ্বৰ শেহতীয়া COVID-19ৰ স্থিতি

আমেৰিকাৰ চৰকাৰী স্বাস্থ্য বিষয়াসকলে কয় যে, অতি লেহেমীয়া গতিত প্ৰতিষেধক তৈয়াৰ কৰাৰ বাবে আমেৰিকাত সংক্ৰমিতৰ হাৰ 4 নিযুতলৈ বৃদ্ধি পাইছে ৷

সংক্ৰামক ৰোগ বিশেষজ্ঞ ড৹ এন্থনি ফাউচিয়ে প্ৰকাশ কৰা মতে, ৰাষ্ট্ৰপতি জৌ বিডেনে তেওঁৰ কাৰ্যালয়ত 100 দিনৰ ভিতৰত 100 নিযুত প্ৰতিষেধক প্ৰদান কৰাৰ কথা ইতিমধ্যে প্ৰকাশ কৰিছে ৷

আমেৰিকা যুক্তৰাজ্যত যোৱা 24 ঘণ্টাৰ ভিতৰত 54,990 জন লোক COVID-19 আক্ৰান্ত হৈছে ৷ চৰকাৰী সংখ্যা অনুসৰি,দেশখনত মুঠ পঞ্জীভুক্তৰ সংখ্যা হৈছে 2,654,779 জন । একে সময়তে, শনিবাৰে 454 জন লোকৰ মৃত্যুহোৱাত সামগ্ৰিকভাৱে মৃত্যুহোৱা লোকসকলৰ মৃত্যু হৈছে 75,024 জন।

লগতে পঢ়ক: জুক’ ভেলীৰ বনজুইত মৃত্যু নাগালেণ্ডৰ ৰাজ্যিক চৰাই ট্ৰাগ’পানৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.