ETV Bharat / bharat

ক’ভিড-19ৰ বিশ্বৰ সামূহিক তথ্য

author img

By

Published : Oct 15, 2020, 4:08 PM IST

ক’ৰণা মহামাৰীয়ে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে ৷ প্ৰতিদিনে ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাৱলৈ ধৰিছে ৷ উল্লেখযোগ্য যে, এই পৰ্যন্ত এই মহামাৰী ক’ভিড-19 প্ৰতিৰোধ কৰিব পৰাকৈ কোনোধৰণৰ ভেকচিন আৱিস্কাৰ হোৱা নাই ৷ বিশ্বৰ বিভিন্ন উন্নত দেশসমূৰ লগতে ভাৰতৰ্বষয়েও ভেকচিন প্ৰস্তুতৰ বাবে প্ৰচেষ্টা অব্যাহ ৰাখিছে ৷

Global COVID-19 tracker
ক’ভিড-19ৰ বিশ্বৰ সামূহিক তথ্য

নিউজ ডেস্ক,15 অক্টোবৰঃ 15 অক্টোবৰলৈকে সমগ্ৰ বিশ্বত কৰ’ণাত আক্ৰান্ত হৈছে প্ৰায় 3,87,46,513 গৰাকী ব্যক্তি ৷ আক্ৰান্তসকলৰ ভিতৰৰ 10,96,881 গৰাকীয়ে মৃত্যুক আঁকোৱালি লৈছে ৷ আক্ৰান্ত দেশৰ তালিকাৰ শীৰ্ষস্থানত আমেৰিকা যুক্তৰাষ্ট্ৰই অৱস্থান কৰাৰ বিপৰীতে দ্বিতীয় স্থানত আছে ভাৰতবৰ্ষ ৷ আমেৰিকাত প্ৰায় 81 লাখ লোক আক্ৰান্ত হৈছে চীনা ভাইৰাছবিধৰ দ্বাৰা ৷ সমান্তৰালকৈ মৃত্যু ঘটিছে 2,21,843 গৰাকীৰ ৷

উল্লেখযোগ্য যে, সম্প্ৰতি ভাৰতবৰ্ষত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ হৈছেগৈ 73,07,097 গৰাকী আৰু তাৰ বিপৰীতে মৃত্যুক আঁকোৱালি লৈছে 1,11,311 গৰাকীকৈ লোকে ৷

লগতে পঢ়কঃ পৰকীয়া প্ৰেম: নিজ ভতিজাকৰ সৈতে পলায়ন কংগ্ৰেছ নেতাৰ পত্নীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.