ETV Bharat / bharat

স্বাস্থ্য আৰু যোগাযোগ সন্দৰ্ভত গান্ধীজীৰ ধাৰণা - স্বাস্থ্য আৰু যোগাযোগ

গান্ধীজীয়ে শাক-পাচলি, ডাইল, ফল-মূল আৰু গাখীৰজাতীয় খাদ্যসমূহৰ এক কঠোৰ খাদ্যভ্যাসৰ অনুসৰণ কৰিছিল৷ তেওঁ প্ৰায়ে ঔষধ খাবলৈ অস্বীকাৰ কৰিছিল আৰু খাদ্যভ্যাস পৰিৱৰ্তনৰ মাধ্যমেৰে অসুস্থতা নিবাৰণৰ বাবে চেষ্টা কৰিছিল ৷ তেখেতৰ খাদ্যভ্যাস তেখেতৰ উদ্ধৃতিত সুস্পষ্ট আছিল-খাদ্যক সন্তুষ্টি হিচাপে গ্ৰহণ নকৰি দায়িত্ব হিচাপে গ্ৰহণ কৰা উচিত- কাৰণ খাদ্যই শৰীৰক সুস্থ ৰূপত পৰিচালিত কৰিবলৈ ঔষধৰ দৰে কাম কৰে৷"

স্বাস্থ্য আৰু যোগাযোগ সন্দৰ্ভত গান্ধীজীৰ ধাৰণা
author img

By

Published : Sep 11, 2019, 2:10 PM IST

Updated : Sep 11, 2019, 2:20 PM IST

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ পিতৃ মহাত্মা গান্ধী এগৰাকী ভাল ডায়েটিছিয়ান হিচাপেও জনাজাত আছিল৷ ইয়াত কোনো সন্দেহ নাই যে সত্যাগ্ৰহ আন্দোলনত তেখেতৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যই যথেষ্ট অৰিহণা যোগাইছিল ৷ কেইবা কিলোমিটাৰ খোজ কাঢ়িবলৈ যথেষ্ট স্থিতিস্থাপকতা আৰু ফিটনেচৰ প্ৰয়োজন ৷ তেখেতৰ খাদ্যভ্যাসে তেখেতৰ আকাংক্ষাসমূহক ধৰি ৰাখি তেখেতৰ দৃষ্টিভংগীৰ পথ প্ৰশস্ত কৰিছিল ৷

GANDHIJI'S HEALTH COMMUNICATION
স্বাস্থ্য আৰু যোগাযোগ সন্দৰ্ভত গান্ধীজীৰ ধাৰণা

1942 চনৰ পৰা 1944 চনলৈ গান্ধীজীয়ে পুনৰবাৰ আগা খান প্ৰসাদত আৱদ্ধ থকা সময়তেই সুশীলা নায়াৰে তেখেতৰ স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শসমূহক সংকলিত কৰি ইংৰাজীলৈ অনুবাদ কৰিছিল ৷ গান্ধীজীয়ে সদায় আমাৰ প্ৰাচীন শাস্ত্ৰ সমূহক প্ৰসংশা কৰিছিল ৷ কাৰণ স্বাস্থ্যকৰ জীৱন যাপনৰ বাবে মানুহক শিক্ষিত কৰাৰ ক্ষেত্ৰত শাস্ত্ৰ সমূহৰ যথেষ্ট অৱদান আছে ৷ গান্ধীজীয়ে এজন সাধুৰ জীৱন যাপন কৰি ব্ৰহ্মচৰ্য ব্ৰতৰ পালন কৰিছিল, যিয়ে ডায়েট নিয়ন্ত্ৰণৰ জৰিয়তে ইন্দ্ৰিয়সমূহ নিয়ন্ত্ৰণৰ ওপৰত জোৰ দিয়ে ৷

উপবাস খাদ্য সীমাবদ্ধ কৰাৰ সমৰ্থক নহয় যদিও নিজকে অস্বাস্থ্যকৰ সমস্যাসমূহৰ পৰা বিৰত ৰখাৰ সমতুল্য ৷ গান্ধীজীয়ে মানৱ দেহক পানী, শূন্যস্থান, পোহৰ তথা বতাহৰ সংশ্লেষক হিচাপে বৰ্ণনা কৰিছিল য’ত পঞ্চ ইন্দ্ৰিয়ৰ ক্ৰিয়া সমূহো জড়িত হৈ থাকে ৷ তেখেতে বদহজমক সমস্ত বেমাৰৰ কাৰক বুলি কৈছিল ৷

gandhijis-health-communication

গান্ধীজীয়ে শাক-পাচলি, দালি, ফল-মূল আৰু গাখীৰজাতীয় খাদ্যসমূহৰ এক কঠোৰ খাদ্যভ্যাসৰ অনুসৰণ কৰিছিল৷ তেখেতে প্ৰায়ে ঔষধ খাবলৈ অস্বীকাৰ কৰিছিল আৰু খাদ্যভ্যাস পৰিৱৰ্তনৰ মাধ্যমেৰে অসুস্থতা নিবাৰণৰ বাবে চেষ্টা কৰিছিল ৷ তেখেতৰ খাদ্যভ্যাস তেখেতৰ উদ্ধৃতিত সুস্পষ্ট আছিল-" খাদ্যক সদায় সন্তুষ্টি হিচাপে গ্ৰহণ নকৰি দায়িত্ব হিচাপে গ্ৰহণ কৰা উচিত- কাৰণ খাদ্যই শৰীৰক সুস্থ ৰূপত পৰিচালিত কৰিবলৈ ঔষধৰ দৰে কাম কৰে ৷"

-ড৹ ছাল্লা কৃষ্ণাবীৰ অভিষেক

Intro:Body:

Gandhi

Conclusion:
Last Updated : Sep 11, 2019, 2:20 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.