ETV Bharat / bharat

ৰাজহুৱা খণ্ডৰ বেংকত সাল-সলনি, বিত্তমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

author img

By

Published : Aug 30, 2019, 8:56 PM IST

কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ৰাজহুৱা খণ্ডৰ বেংকত সাল-সলনি

  • কেইবাটাও বৃহৎ বেংকৰ বিলুপ্তিকৰণ
  • ৰাজহুৱা খণ্ডৰ বেংকত সাল-সলনি
  • কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
  • সংবাদমেলত ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ
  • 2017ত আছিল 27 টা বেংক
  • আজিৰ সিদ্ধান্তৰ পাচত বেংকৰ সংখ্যা হ’ব 12 টা
  • সংযোগ কৰা হ’ব বেংকসমুহ
    etv bharat
    ৰাজহুৱা খণ্ডৰ বেংকত সাল-সলনি

সংযোগ হ’বলগীয়া বেংকসমুহ...

  • ইউনিয়ন বেংক, অন্ধ্ৰ বেংক আৰু কৰ্পোৰচন বেংকক সংযোগ, এইটো হ’ব দেশৰ পঞ্চম বৃহৎ ৰাজহুৱা খণ্ডৰ বেংক, ইয়াৰ ব্যৱসায় 14.59 লাখ কোটি টকা
  • কানাড়া বেংক, ছিণ্ডিকেট বেংক সংযোগ কৰা হ‘ব, ই হ’ব দেশৰ চতুৰ্থ বৃহৎ ৰাজহুৱা খণ্ডৰ বেংক, ইয়াৰ ব্যৱসায় 15.20 লাখ কোটি টকা
  • পি এন বি, অৰিয়েন্টেল বেংক আৰু ইউনাইটেড বেংকৰ একত্ৰিকৰণ হ’ব দেশৰ দ্বিতীয় বৃহৎ বেংক, ইয়াৰ ব্যৱসায় 17.95 লাখ কোটি টকা

Intro:Body:

Finance Minister Nirmala Sitharaman declared several governance reforms in the public sector banks (PSB).

New Delhi: After announcing four big-ticket mergers of state-run banks on Friday, Finance Minister Nirmala Sitharaman declared several governance reforms in the public sector banks (PSB).

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.