ETV Bharat / bharat

বিহাৰত পাঁচজন ছাত্ৰৰ সলিল সমাধি - five engineering students

বিহাৰৰ ভগলপুৰ জিলাত পাঁচ অভিযান্ত্ৰিক ছাত্ৰ সলিল সমাধি ৷ শনিবাৰে গংগা নদীত গা ধুৱলৈ গৈ অকাল মৃত্যুক সাৱতে ছাত্ৰকেইজনে ৷

বিহাৰ
বিহাৰত পাঁচজন ছাত্ৰৰ সলিল সমাধি
author img

By

Published : Mar 7, 2020, 11:56 PM IST

ভগলপুৰ, 7 মাৰ্চঃ বিহাৰৰ ভগলপুৰ জিলাত শোকাৱহ ঘটনা ৷ গংগা নদী গা ধুবলৈ গৈ মৃত্যুক সাবটিলে পাঁচজনকৈ ছাত্ৰই ৷ ছাত্ৰকেইজন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বুলি মন্তব্য কৰে প্ৰত্যক্ষদৰ্শীয়ে ৷ ঘটনা সন্দৰ্ভত এছডিআৰএফ বাহিনীক খবৰ দিয়াৰ পাচতে ঘটনাস্থলীত উপস্থিত হৈ ছাত্ৰকেইজনৰ সন্ধানত অভিযান আৰম্ভ কৰে ৷ অভিযানৰ বহু সময় পাচত তিনিজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰে যদিও বৰ্তমান পৰ্যন্ত সন্ধান লাভ কৰা নাই আন দুজন ছাত্ৰৰ ৷

বিহাৰত পাঁচজন ছাত্ৰৰ সলিল সমাধি

আনহাতে মৃতদেহ লাভ কৰা ছাত্ৰ তিনিজন অভিযান্ত্ৰিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ বুলি মন্তব্য কৰে কলেজ কৰ্তৃপক্ষই ৷

আৰু পঢ়কঃ কৰ'ণা ভাইৰাছকলৈ আতংকিত সত্ৰনগৰী মাজুলী !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.