ETV Bharat / bharat

ফেনী তাণ্ডৱঃ ওড়িশাত মৃত্যুক সাৱটিলে 5 জনকৈ লোকে

ঘণ্টাত 175 কি.মিতকৈ অধিক বেগত সমুদ্ৰৰ দিশৰ পৰা ওড়িশাত প্ৰৱেশ কৰিছে বিধ্বসী ফেনীয়ে ৷

author img

By

Published : May 3, 2019, 5:52 PM IST

Updated : May 3, 2019, 6:01 PM IST

ওড়িশাত ফেনীৰ কবলত মৃত্যুক সাৱটিলে 5 জনকৈ লোকে

নিউজ ডেস্ক, 3 মে' : ফেনী ঘূৰ্ণীবতাহৰ কবলত বিধ্বস্ত ওড়িশাৰ বিভিন্ন প্ৰান্ত৷ ফেনীৰ কবলত বৰ্তমানলৈ মৃত্যুক সাৱটিছে 5 জনকৈ লোকে৷

ঘণ্টাত 175 কি.মিতকৈ অধিক বেগত সমুদ্ৰৰ দিশৰ পৰা ওড়িশাত প্ৰৱেশ কৰিছে বিধ্বসী ফেনীয়ে৷ প্ৰচণ্ড ধুমুহা আৰু বৰষুণত পথত গছ উভালি পৰাৰ উপৰিও ধুমুহাই বহু ঘৰৰ মূধচ পৰ্যন্ত উৰুৱাই নিয়ে ৷ ওড়িশাৰ 11 খনকৈ জিলাত ফেনীয়ে চলাইছে ধ্বংসলীলা ৷ ফেনীৰ প্ৰভাৱ পৰা স্থানৰ পৰা সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে 1 লাখকৈ লোকক৷ ভাৰতীয় নৌ সেনাৰ বিমানে আকাশ মাৰ্গেৰে ৰাজ্যখনৰ ঘূৰ্ণীবতাহৰ ফলত হোৱা ক্ষয় ক্ষতি বুজ ল'ব৷ বিয়লিৰ ভাগলৈ ধুমুহাৰ বেগ কিছু শাম কটাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে বতৰ বিজ্ঞান কেন্দ্ৰই৷

ৰাজ্যখনৰ আৰক্ষী তথা দুৰ্যোগ প্ৰশমন বিভাগে বন্ধ হৈ পৰা বাট পথসমূহ মুকলি কৰাৰ কামত ব্ৰতী হৈ পৰিছে ৷

Intro:Body:

story simi

Conclusion:
Last Updated : May 3, 2019, 6:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.