ETV Bharat / bharat

গুজৰাটৰ চুৰাতত অ'এনজিচি প্লান্টত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Sep 24, 2020, 10:00 AM IST

গুজৰাটৰ চুৰাতত এক অ'এনজিচি প্লান্টত ভয়ংকৰ অগ্নিকাণ্ড ৷ তিনি কৰ্মচাৰী আৱদ্ধ হৈ থকাৰ সন্দেহ ৷

Breaking News

নেশ্যনেল ডেস্ক, 24 ছেপ্তেম্বৰ : বৃহস্পতিবাৰে পুৱাৰ ভাগত গুজৰাটৰ চুৰাতত এক অ'এনজিচি প্লান্টত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷

অগ্নিকাণ্ডৰ ফলত তিনি কৰ্মচাৰী আৱদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে ৷ দূৰ্ঘটনাস্থলীত ইতিমধ্যে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : কৰিমগঞ্জত আটক তিনি নাইজেৰিয়ান নাগৰিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.