নিউজ ডেস্ক,5 জুলাইঃ শুকুৰবাৰে সদনত ভাৰতৰ দ্বিতীয়গৰাকী মহিলা বিত্তমন্ত্ৰী নিৰ্মালা সীতাৰমণে প্ৰকাশ কৰিলে 2019-20ৰ বাজেট ৷ মোডী চৰকাৰৰ এইটো দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট ৷ প্ৰথমবাৰৰ বাবে বিত্তীমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে বাজেট ৷ ব্ৰীফকেচৰ পৰম্পৰা অৱসান ঘটাই ৰঙা কাপোৰত আনিলে বহী-খাতা ৷ বাজেটত বহু দিশ সামৰি লোৱাৰ লগতে 2024 বৰ্ষত প্ৰত্যক ঘৰে ঘৰে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷ যাৰ বাবে ঘোষণা কৰা হৈছে ‘হৰ ঘৰ জল’ আঁচনি ৷
প্ৰত্যেকৰ ঘৰে ঘৰে পানীঃ নিৰ্মলা সীতাৰমণ - WATER
আজি ভাৰতৰ দ্বিতীয়গৰাকী মহিলা বিত্তমন্ত্ৰী নিৰ্মালা সীতাৰমণে প্ৰকাশ কৰিলে 2019-20ৰ বাজেট ৷ বাজেটত বহু দিশ সামৰি লোৱাৰ লগতে 2024 বৰ্ষত প্ৰত্যক ঘৰে ঘৰে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷