ETV Bharat / bharat

ফৰিদাবাদৰ ডিচিপি বিক্ৰম কাপুৰৰ আত্মহত্যা

ফৰিদাবাদৰ আৰক্ষী উপায়ুক্ত (DCP) বিক্ৰম কাপুৰে বুধবাৰে পুৱা 6 বজাত আত্মহত্যা কৰে ৷

author img

By

Published : Aug 14, 2019, 12:44 PM IST

ফৰিদাবাদৰ ডিচিপি বিক্ৰম কাপুৰৰ আত্মহত্যা

নেশ্বনেল ডেস্ক,14 আগষ্ট : ফৰিদাবাদৰ আৰক্ষী উপায়ুক্ত (DCP) বিক্ৰম কাপুৰে বুধবাৰে নিজ বাসগৃহত নিজৰে ৰিভলভাৰেৰে আত্মহত্যা কৰিছে ৷ আৰক্ষী বিভাগে জানিবলৈ দিয়া অনুসৰি,পুৱা 6 বজাত এই ঘটনা সংঘটিত হয় ৷

ফৰিদাবাদ আৰক্ষীৰ জন সম্পৰ্কৰক্ষী বিষয়া সুবে সিঙে এক বিবৃতিৰ জৰিয়তে দুখ প্ৰকাশ কৰি কয় যে, ফৰিদাবাদৰ ডিচিপি বিক্ৰম কাপুৰে নিজৰ ছাৰ্ভিছ ৰিভলভাৰেৰে আত্মহত্যা কৰিছে আৰু ঘটনা সন্দৰ্ভত তদন্তৰ কথা ঘোষণা কৰে ৷

FARIDABAD DCP SHOOTS HIMSELF DEAD

ফৰিদাবাদৰ ডিচিপি বিক্ৰম কাপুৰৰ আত্মহত্যা

নেশ্বনেল ডেস্ক, 14 আগষ্ট : ফৰিদাবাদৰ আৰক্ষী উপায়ুক্ত (DCP) বিক্ৰম কাপুৰে বুধবাৰে নিজ বাসগৃহত নিজৰে ৰিভলভাৰেৰে আত্মহত্যা কৰিছে ৷ আৰক্ষী বিভাগে জানিবলৈ দিয়া অনুসৰি, পুৱা 6 বজাত এই ঘটনা সংঘটিত হয় ৷

ফৰিদাবাদ আৰক্ষীৰ জন সম্পৰ্কৰক্ষী বিষয়া সুবে সিঙে এক বিবৃতিৰ জৰিয়তে দুখ প্ৰকাশ কৰি কয় যে, ফৰিদাবাদৰ ডিচিপি বিক্ৰম কাপুৰে নিজৰ ছাৰ্ভিছ ৰিভলভাৰেৰে আত্মহত্যা কৰিছে আৰু ঘটনা সন্দৰ্ভত তদন্তৰ কথা ঘোষণা কৰে ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.