ETV Bharat / bharat

গৃহমন্ত্ৰী অমিত শ্বাহৰ নামত ভুৱা টুইট ছ'চিয়েল মিডিয়াত ভাইৰেল

author img

By

Published : Jun 30, 2020, 5:23 PM IST

গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা স্পষ্ট কৰা অনুসৰি, মংগলবাৰে চছিয়েল মিডিয়াত এক ভুৱা বাৰ্তা প্ৰেৰণ কৰে যে, স্বায়ত্ব শাসিত অঞ্চল জম্বু-কাশ্মীৰ আৰু লাডাখ অঞ্চলত ইন্টাৰনেট সেৱা বন্ধ থাকিব । এম এ এচৰ মুখপাত্ৰৰ মতে, গৃহমন্ত্ৰী অমিত শ্বাহৰ নামত চছিয়েল মিডিয়াত এটা ভুৱা টুইট ভাইৰেল হৈ আছে । যত উল্লেখ কৰা হৈছে যে, স্বায়ত্ব শাসিত অঞ্চল কেইটাত ইন্টাৰনেট বন্ধ কৰি দিয়া হ'ব । গৃহ মন্ত্ৰালয়ৰ ফালৰ স্পষ্ট কৰা অনুসৰি, উক্ত টুইটো ভুৱা ।

fake-alert-no-amit-shah-didnt-say-internet-will-be-snapped-in-jk-ladakh

নিউজ ডেস্ক, ৩০ জুন : গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা স্পষ্ট কৰা অনুসৰি, মংগলবাৰে চছিয়েল মিডিয়াত এক ভুল বাৰ্তা প্ৰেৰণ কৰে যে, স্বায়ত্ব শাসিত অঞ্চল জম্বু-কাশ্মীৰ আৰু লাডাখ অঞ্চলত ইন্টাৰনেট বন্ধ কৰিব ।

গৃহমন্ত্ৰী অমিত শ্বাহৰ নামত ভূল টুইট চছিয়েল মিডিয়াত ভাইৰেল

এম এ এচৰ মুখপাত্ৰৰ মতে, গৃহমন্ত্ৰী অমিত শ্বাহৰ নামত চছিয়েল মিডিয়াত এটা ভুৱা টুইট ভাইৰেল হৈ আছে । যত উল্লেখ কৰা হৈছে যে, স্বায়ত্ব শাসিত অঞ্চল কেইটাত ইন্টাৰনেট বন্ধ কৰি দিয়া হ'ব । গৃহ মন্ত্ৰালয়ৰ ফালৰ স্পষ্ট কৰা অনুসৰি, উক্ত টুইটি নকল । লগতে এম এ এচৰ মুখপাত্ৰ গৰাকীয়ে জনোৱা অনুসৰি, গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা এনেকুৱা কোনো ধৰণৰ টুইট কৰা হোৱা নাই । ইয়াৰ পূৰ্বে ১৭ জুনত জম্বু-কাশ্মীৰ প্ৰশাসনে নিয়ন্ত্ৰণ ৰেখাত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বাবে উক্ত অঞ্চলত ৪ জুলাইলৈ হাই স্পীড ইন্টাৰনেট বন্ধ কৰা হৈছিল । স্বায়ত্ব শাসিত অঞ্চলত যাতে সন্ত্ৰাসবাদীয়ে কোনো ধৰণৰ কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰিব নোৱাৰে তাৰ বাবে প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল । লগতে উল্লেখনীয় যে, পোষ্টপেড আৰু ফিকছ লাইন গ্ৰাহকৰ বাবে 2G ইন্টাৰনেট উপলব্ধ থকা বুলি উল্লেখ কৰে ।

  • Claim : A tweet is circulating in the name of Union Home Minister mentioning fixed line broadband and internet in J&K and Ladakh to be snapped.#FactCheck : This tweet is #fake. No such tweet has been done from Union Home Minister’s twitter handle.@PIBFactCheck @DDNewslive pic.twitter.com/2OUlZqBqZK

    — Spokesperson, Ministry of Home Affairs (@PIBHomeAffairs) June 30, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.