জয়পুৰ, 2 জুলাই: ৰাজস্থানৰ বিজেপি সভাপতি আৰু ৰাজ্যসভাৰ সাংসদ মদন লাল চৈনিৰ মৃত্যু হোৱাৰ পিছত খালি হোৱা ৰাজ্যসভাৰ সাংসদ পদৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হ'ব পাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং৷ জুন মাহত নিৰ্বাচন আয়োগে 6 খন আসনৰ বাবে নিৰ্বাচন ঘোষণা কৰিছিল৷ মদন লাল চৈনিৰ আসনখনৰ বাবে নিৰ্বাচন 2020 চনত হোৱা কথা আছিল যদিও সাংসদগৰাকীৰ মৃত্যু হোৱাৰ বাবে নিৰ্বাচন 6 মাহ আগুৱাই দিয়া হৈছে৷
ৰাজস্থানৰ পৰা ৰাজ্যসভাৰ সাংসদ হ'ব নেকি প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং? - সাংসদ
ৰাজ্যসভাৰ সাংসদ মদন লাল চৈনিৰ মৃত্যু হোৱাৰ পিছত খালি হোৱা ৰাজ্যসভাৰ সাংসদ পদৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হ'ব পাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং৷
ৰাজস্থানৰ পৰা ৰাজ্যসভাৰ সাংসদ হ'ব নেকি প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং?
জয়পুৰ, 2 জুলাই: ৰাজস্থানৰ বিজেপি সভাপতি আৰু ৰাজ্যসভাৰ সাংসদ মদন লাল চৈনিৰ মৃত্যু হোৱাৰ পিছত খালি হোৱা ৰাজ্যসভাৰ সাংসদ পদৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হ'ব পাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং৷ জুন মাহত নিৰ্বাচন আয়োগে 6 খন আসনৰ বাবে নিৰ্বাচন ঘোষণা কৰিছিল৷ মদন লাল চৈনিৰ আসনখনৰ বাবে নিৰ্বাচন 2020 চনত হোৱা কথা আছিল যদিও সাংসদগৰাকীৰ মৃত্যু হোৱাৰ বাবে নিৰ্বাচন 6 মাহ আগুৱাই দিয়া হৈছে৷
Intro:Body:Conclusion:
Last Updated : Jul 2, 2019, 4:14 PM IST