ETV Bharat / bharat

উচ্চতম ন্যায়ালয়ৰ ৰায়লৈ শাসক-বিৰোধী উভয়ৰে সমৰ্থন !

author img

By

Published : Nov 9, 2019, 1:29 PM IST

Updated : Nov 9, 2019, 4:34 PM IST

উচ্চতম ন্যাায়লয়ৰ ৰায়দানক সমৰ্থন ৰাজনৈতিক মহলত ৷ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বাধীন পাঁচজনীয়া বিচাৰপীঠে প্ৰদান কৰে অযোধ্যাৰ বিবাদমান ভূমি সন্দৰ্ভত ৰায়দান ৷

অযোধ্যা ভূমি বিবাদৰ ৰায়দান

নিউজ ডেস্ক, 9 নৱেম্বৰঃ শনিবাৰে উচ্চতম ন্যাায়লয়ে প্ৰদান কৰে অযোধ্যা ৰাম মন্দিৰ ভূমি বিবাদৰ ঐতিহাসিক ৰায়দান ৷ মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈৰ নেতৃত্বধীন পাঁচজনীয়া বিচাৰপীঠে প্ৰদান কৰে ৰায়দান ৷ উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দান অনুসৰি অযোধ্যাৰ বিবদমান ভূমিত নিৰ্মাণ কৰা হ'ব ৰাম মন্দিৰ ৷ মুছলিমসকলে মছজিদৰ বাবদ লাভ কৰিব পাঁচ একৰ ভূমি ৷ উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানক সমৰ্থন জনাইছে ৰাজনৈতিক মহলত ৷

গাডকাৰীৰ প্ৰতিক্ৰিয়া

উচ্চতম ন্যায়ালয়ৰ ৰায়দানক সমৰ্থন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ 'ৰামভক্তি' 'ৰহিম ভক্তিৰ' ভাৱধাৰা পৰিহাৰ কৰি সমগ্ৰ দেশবাসীক ভাৰত ভক্তিৰে আগুৱাই যোৱাৰ আহ্বান জনালে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ লগতে বিষয়টোক লৈ কোনোধৰণৰ উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি নকৰিবলৈ 130 কোটি জনসাধাৰণক আহ্বান জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

  • The Honourable Supreme Court has given its verdict on the Ayodhya issue. This verdict shouldn’t be seen as a win or loss for anybody.

    Be it Ram Bhakti or Rahim Bhakti, it is imperative that we strengthen the spirit of Rashtra Bhakti.

    May peace and harmony prevail!

    — Narendra Modi (@narendramodi) November 9, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰায়দানৰ প্ৰতি সমৰ্থন জনাই দেশৰ উন্নয়নৰ বাবে এই ৰায়দান মাইলৰ খুটি হিচাপে চিহ্নিত হ'ব বুলি মন্তব্য কৰে ৷ দেশৰ প্ৰত্যেকটো জাতি-ধৰ্মৰ লোককে ৰায়দানটো প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈও আহ্বান জনাই গৃহমন্ত্ৰীগৰাকীয়ে ৷

  • श्रीराम जन्मभूमि पर सर्वसम्मति से आये सर्वोच्च न्यायालय के फैसले का मैं स्वागत करता हूँ।

    मैं सभी समुदायों और धर्म के लोगों से अपील करता हूँ कि हम इस निर्णय को सहजता से स्वीकारते हुए शांति और सौहार्द से परिपूर्ण ‘एक भारत-श्रेष्ठ भारत’ के अपने संकल्प के प्रति कटिबद्ध रहें।

    — Amit Shah (@AmitShah) November 9, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

দিল্লীৰ মুখ্যমন্ত্ৰীৰ অৰবিন্দ কেজৰিৱালে ৰায়দানৰ পিচতে টুইটযোগে সমৰ্থন আগবঢ়াই ৷ তেওঁ কয় যে, উচ্চতম ন্যায়ালয়ে অযোধ্যাৰ বিবদমান ভূমি সন্দৰ্ভত দিয়া ৰায়দানৰ প্ৰতি আমি সমৰ্থন আগবঢ়াইছো ৷ বহু বছৰ পুৰণি এটি বিতৰ্কৰ অৱসান ঘটিল ৷ সাধাৰণ ৰাইজক শান্তি আৰু শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাই দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

  • सभी पक्षों की दलीलें सुनने के बाद SC की बेंच के पाँचों जजों ने एकमत से आज अपना निर्णय दिया। हम SC के फ़ैसले का स्वागत करते हैं। कई दशकों के विवाद पर आज SC ने निर्णय दिया। वर्षों पुराना विवाद आज ख़त्म हुआ। मेरी सभी लोगों से अपील है कि शांति एवं सौहार्द बनाए रखें

    — Arvind Kejriwal (@ArvindKejriwal) November 9, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ প্ৰতি সমৰ্থন আগবঢ়াই বিহাৰৰ মুখ্যমন্ত্ৰী তথা জে ডি ইউ (JDU)ৰ নেতা নীতিশ কুমাৰে ৷ উচ্চতম ন্যায়ালয়ৰ ৰায়দানক প্ৰত্যেকে সন্মান জনাব লাগে বুলিও মন্তব্য কৰে বিহাৰৰ নেতাগৰাকীয়ে ৷

লগতে পঢ়কঃ অযোধ্যাৰ বিবাদমান ভূমিত নিৰ্মাণ হ'ব ৰাম মন্দিৰ

ইপিনে,দিল্লীত এখন সংবাদমেল সম্বোধন কৰি উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ প্ৰতি সমৰ্থন আগবঢ়াই সৰ্বভাৰতীয় কংগ্ৰেছ দলে ৷ কংগ্ৰেছৰ মুখপাত্ৰ ৰণদ্বীপ সুৰজাৱালাৰ মন্তব্য অযোধ্যাৰ বিবদমান ভূমিত নিৰ্মাণ হ'বলগীয়া ৰাম মন্দিৰৰ পক্ষত আছে কংগ্ৰেছ দল ৷

উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ প্ৰতি সমৰ্থন আগবঢ়াইছে কেন্দ্ৰীয় পথ পৰিবহণ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে ৷ উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানক এক ঐতিহাসিক ৰায়দান আখ্যা দিয়ে কেন্দ্ৰীয় প্ৰতিৰক্ষা দপ্তৰৰ মন্ত্ৰী ৰাজনাথ সিঙে ৷

ৰাজনাথ সিঙৰ প্ৰতিক্ৰিয়া

 Every party welcomes sc ayodhya verdict
 Every_ party_ welcomes_ sc ayodhya_ verdict
উচ্চতম ন্যায়ালয়ৰ ৰায়দানক সমৰ্থন শাসক-বিৰোধী উভয়ৰে  !
S-

নিউজ ডেস্ক, 9 নৱেম্বৰঃ শনিবাৰে উচ্চতম ন্যাায়লয়ে প্ৰদান কৰে অযোধ্যা ৰাম মন্দিৰ ভূমি বিবাদৰ  ঐতিহাসিক ৰায়দান ৷ মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈৰ নেতৃত্বধীন পাঁচজনীয়া বিচাৰপীঠে প্ৰদান কৰে ৰায়দান ৷ উচ্চতম ন্যায়ালয়ে  দিয়া ৰায়দান অনুসৰি  অযোধ্যাৰ বিবাদমান ভূমিত নিৰ্মাণ হ'ব ৰাম মন্দিৰ ৷ মুছলীম সকলে মছজিদৰ বাবদ লাভ কৰিব পাঁচ একৰ ভূমি ৷ উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানক সমৰ্থন জনাইছে ৰাজনৈতিক মহলত ৷

দিল্লীৰ মুখ্যমন্ত্ৰীৰ অৰবিন্দ কেজৰিৱালে ৰায়দানৰ প্ৰতি সমৰ্থন আগবঢ়াই ৷ এক টুইটযোগে তেওঁ কয় যে, উচ্চতম ন্যায়ালয়ে অযোধ্যা ভূমি সন্দৰ্ভত দিয়া ৰায়দানৰ প্ৰতি আমি সমৰ্থন আগবঢ়াইছো ৷ বহু বছৰ পুৰণি এটি বিতৰ্কৰ অৱসান ঘটিল ৷ সাধাৰণ ৰাইজক শান্তি আৰু সমৃদ্ধি বৰ্তাই ৰখাৰো আহ্বান জনাই দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
<blockquote class="twitter-tweet" data-lang="en"><p lang="hi" dir="ltr">सभी पक्षों की दलीलें सुनने के बाद SC की बेंच के पाँचों जजों ने एकमत से आज अपना निर्णय दिया। हम SC के फ़ैसले का स्वागत करते हैं। कई दशकों के विवाद पर आज SC ने निर्णय दिया। वर्षों पुराना विवाद आज ख़त्म हुआ। मेरी सभी लोगों से अपील है कि शांति एवं सौहार्द बनाए रखें</p>&mdash; Arvind Kejriwal (@ArvindKejriwal) <a href="https://twitter.com/ArvindKejriwal/status/1193046715932147713?ref_src=twsrc%5Etfw">November 9, 2019</a></blockquote>
<script async src="https://platform.twitter.com/widgets.js" charset="utf-8"></script>

উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ প্ৰতি সমৰ্থন আগবঢ়াই বিহাৰৰ মুখ্যমন্ত্ৰী তথা জে ডি ইউ (JDU) নেতা নীতিশ কুমাৰে ৷  উচ্চতম ন্যায়ালয়ৰ ৰায়দানক প্ৰত্যেকে সন্মান জনাব  লাগে বুলিও মন্তব্য কৰে বিহাৰৰ নেতাগৰাকীয়ে ৷

ইপিনে, দিল্লীত এখন সংবাদমেল সম্বোধন কৰি উচ্চতম ন্যায়ালয়ৰ ৰায়দানক সমৰ্থন জনাই সৰ্বভাৰতীয় কংগ্ৰেছ দলে ৷ কংগ্ৰেছৰ মুখপাত্ৰ ৰণদ্বীপ সুৰজাৱালৰ মন্তব্য আমি দল অযোধ্যাৰ বিবাদিত ভূমিত নিৰ্মাণ হ'বলগীয়া  ৰামমন্দিৰৰ পক্ষত আছে ৷

উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ প্ৰতি সমৰ্থন আগবঢ়াইছে কেন্দ্ৰীয় পথ আৰু গড়কাপ্তানী দপ্তৰৰ মন্ত্ৰী নিতিন গাডকাৰীয়ে ৷ উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানক এক ঐতিহাসিক ৰায়দান আখ্যা দিয়ে কেন্দ্ৰীয় প্ৰতিৰক্ষা দপ্তৰৰ মন্ত্ৰী ৰাজনাথ সিঙে ৷

Last Updated : Nov 9, 2019, 4:34 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.