ETV Bharat / bharat

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ : কমলেশৰ নশ্বৰ দেহ লাভ কৰিলে পৰিয়ালে

author img

By

Published : Apr 27, 2020, 11:37 AM IST

কমলেশৰ মৃতদেহ আবু ধাবিৰ পৰা কাৰ্গো বিমানেৰে ভাৰতলৈ পঠিয়াই দিয়া হৈছিল যদিও দিল্লীৰ ইন্দিৰা গান্ধী বিমান বন্দৰৰ পৰা ইমিগ্ৰেশ্বন জনিত সমস্যাৰ বাবে আবু ধাবিলৈ ঘুৰাই পঠিওৱা হৈছিল ৷ পৰৱৰ্তী সময়ত ই টিভি ভাৰতে এই কৰুণ ঘটনাক ভাৰতৰ বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টি গোচৰ কৰাবলৈ বিশেষ ভূমিকা গ্ৰহণ কৰিছিল ৷

etv-bharat-impact-day-after-being-sent-back-to-uae-mortal-remains-of-kamlesh-bhatt-reach-family
ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ : কমলেশ্বৰ নশ্বৰ দেহ লাভ কৰিলে পৰিয়ালে

নিউজ ডেস্ক, 27 এপ্ৰিল: ইটিভি ভাৰতৰ একান্ত প্ৰচেষ্টাত অৱশেষত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা আবু ধাবিলৈ উভতাই পঠোৱা কমলেশ ভাটৰ নশ্বৰ দেহ লাভ কৰে পৰিয়ালে ৷

উত্তৰাখণ্ডৰ টিহৰী গড়ৱালৰ বাসিন্দা 24 বছৰীয়া কমলেশ ভাট আবু ধাবিত কৰ্মৰত হৈ আছিল ৷ কিন্তু যোৱা 17 এপ্ৰিলত বাৰ্ধক্যজনিত কাৰণত মৃত্যক আকোৱালি লৈছিল ৷ যাৰ পাছতেই মৃত কমলেশৰ মৃতদেহ আবু ধাবিৰ পৰা কাৰ্গো বিমানেৰে ভাৰতলৈ পঠিয়াই দিয়া হৈছিল যদিও দিল্লীৰ ইন্দিৰা গান্ধী বিমান বন্দৰৰ পৰা ইমিগ্ৰেশ্বন জনিত সমস্যাৰ বাবে আবু ধাবিলৈ ঘুৰাই পঠিওৱা হৈছিল ৷

পৰৱৰ্তী সময়ত ইটিভি ভাৰতে এই কৰুণ ঘটনাক ভাৰতৰ বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টি গোচৰ কৰাবলৈ বিশেষ ভূমিকা গ্ৰহণ কৰিছিল ৷

কমলেশ ভাটৰ নশ্বৰ দেহ উভতাই আনিবলৈ দিল্লী উচ্চ ন্যায়ালয়ত অধিবক্তা ঋতুপৰ্ণ উনিয়াল আৰু অভিষেক কুমাৰে আবেদন কৰে ৷ যাৰ পাছতেই দিল্লী উচ্চ ন্যায়ালয়ে কেন্দ্ৰ চৰকাৰক কমলেশৰ মৃতদেহ উভতাই পঠোৱা সন্দৰ্ভত উত্তৰ বিচাৰি এক জাননী কৰে ৷ ইয়াৰ পাছতেই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে শনিবাৰে দিল্লী উচ্চ ন্যায়ালয়ক জনায় যে সংযুক্ত আৰৱ আমিৰাতত মৃত্যু হোৱা ভাৰতীয় নাগৰিক জনৰ মৃতদেহ ক‘ত আৰু কি পৰিস্থিতিত আছে সেই সম্পৰ্কে সম্বন্ধিত দূতাভাষৰ পৰা খৱৰ লব ৷ তাৰ পাছতেই কেন্দ্ৰ চৰকাৰে সমগ্ৰ বিষয়টোত হস্তক্ষেপ কৰি কমলেশ ভাটৰ মৃতদেহ ভাৰতলৈ উভতাই আনিবলৈ অনুমতি প্ৰদান কৰে ৷ ইয়াৰ পাছত আবু ধাবিৰ পৰা কাৰ্গো বিমানেৰে সন্মান সহকাৰে কমলেশৰ মৃতদেহ ভাৰতলৈ উভতাই অনা হয় ৷ আৰু সোমবাৰে পুৱাৰ ভাগত কমলেশৰ পৰিয়ালে নশ্বৰ দেহ লাভ কৰে ৷

মৃত কমলেশৰ ভাতৃয়ে ভাষ্য প্ৰদান কৰি দিল্লী উচ্চ ন্যায়ালয়ক এই বিষয়ত হস্তক্ষেপ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷ তথা মন্ত্ৰালয় সমূহৰ মাজত সম্বন্ধ নথকাৰ বাবেই এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হবলৈ পাইছে বুলি কয় ৷ কমলেশৰ ভাতৃ বিমলেশে এই প্ৰসংগটোক চৰকাৰৰ দৃষ্টিগোচৰ কৰোৱাৰ বাবে ইটিভি ভাৰতৰ লগতে অন্য সংবাদ মাধ্যমবোৰকো ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়ক :প্ৰথম কোন আহিছিল ? মানুহ নে ভাইৰাছ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.