ETV Bharat / bharat

বিনেশ কোডিয়াৰীৰ তিৰুৱন্তপুৰমত থকা বাসগৃহত তালাচী তদন্তকাৰী বিষয়াৰ

বেংগালুৰুৰ ড্ৰাগছ বিত্তীয় কেলেংকাৰীত জড়িত বিনেশ কোডিয়াৰীৰ বাসগৃহত তালাচী ৷ অবৈধভাৱে অধিগ্ৰহণ কৰা বেনামী সম্পত্তি সম্পৰ্কীয় বহুতো নথি পত্ৰ জব্দ বাসগৃহৰ পৰা ৷

author img

By

Published : Nov 4, 2020, 2:06 PM IST

ED conducts raid at Bineesh Kodiyeri's Kerala home
বিনেশ কোডিয়াৰীৰ তিৰুৱন্তপুৰমত থকা বাসগৃহত তালাচি তদন্তকাৰী বিষয়াৰ

নেশ্যনেলডেস্ক,4 নৱেম্বৰ: প্ৰৱৰ্তক তদন্তকাৰী বিষয়াৰ দলে বেংগালুৰু ড্ৰাগছৰ বিত্তীয় কেলেংকাৰীত জড়িত বিনেশ কোডিয়াৰীৰ তিৰুৱন্তপুৰমত থকা বাসগৃহত তালাচী চলাই ৷ বিনেশ কোডিয়াৰীৰ লগত জড়িত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহো পৰিদৰ্শন কৰিছে ইডিৰ তদন্তকাৰী বিষয়াৰ দলে ৷ ইডিৰ তদন্তকাৰী বিষয়াৰ দলৰ লগতে আয়কৰ বিভাগৰ তদন্তকাৰী দলেও বাসগৃহত উপস্থিত হৈ অবৈধভাৱে অধিগ্ৰহণ কৰা বেনামী সম্পত্তি সম্পৰ্কীয় বহুতো নথি পত্ৰ জব্দ কৰিছে ৷ বিনেশ কোডিয়াৰীয়ে 5 কোটি টকাৰ অবৈধ লেনদেন কৰিছিল ৷ ইডিৰ তদন্তকাৰী দল আৰু আয়কৰ বিভাগৰ দল উপস্থিত হোৱাৰ পাছতো বহু সময়লৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব পৰা নাছিল কাৰণ ঘৰৰ তলা খুলিবলৈ অমান্তি হৈছিল ৷ পাছত কৰ্ণাটক আৰক্ষী আৰু CRPFৰ সহযোগত ঘৰৰ ভিতৰত প্ৰৱেশ কৰি তালাচী চলাই ৷

লগতে পঢ়ক: অসম আৰু মিজোৰাম সীমান্তত যুদ্ধ সদৃশ পৰিৱেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.