ETV Bharat / bharat

হিজবুল মুজাহিদীনৰ সদস্যৰ সম্পত্তি জব্দ এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ - পাকিস্তান

প্ৰিভেন্সন অফ মানি লণ্ডাৰিং আইনৰ অধীনত মঙলবাৰে মহম্মদ চাফীশ শ্বাহ, নাজিৰ আহমেদ দাৰ, মুবাৰক শ্বাহ,মুজফ্ফৰ আহমেদ দাৰ সহিতে আন দুজন হিজবুল মুজাহিদীনৰ সদস্যৰ সম্পত্তি জব্দ কৰে ডাইৰেক্টৰেটে ৷

etv bharat
author img

By

Published : Mar 20, 2019, 10:21 AM IST

নিউজ ডেস্ক,20 মাৰ্চ : হিজবুল মুজাহিদীনৰ ছজনকৈ সন্ত্ৰাসবাদীৰ সম্পত্তি জব্দ এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ ৷ সন্ত্ৰাসবাদক প্ৰশ্ৰয় তথা ধন সংগ্ৰহৰ অভিযোগত চলোৱা এক অভিযানত 1.22 কোটি টকাৰ সম্পদ জব্দ কৰিবলৈ সক্ষম হৈছে এনফৰ্চমেণ্ট ডাইৰেক্টৰেট৷

প্ৰিভেন্সন অফ মানি লণ্ডাৰিং আইনৰ অধীনত মঙলবাৰে মহম্মদ চাফীশ শ্বাহ, নাজিৰ আহমেদ দাৰ, মুবাৰক শ্বাহ,মুজফ্ফৰ আহমেদ দাৰ সহিতে আন দুজন হিজবুল মুজাহিদীনৰ সদস্যৰ সম্পত্তি জব্দ কৰে ডাইৰেক্টৰেটে ৷ কেন্দ্ৰীয় অনুসন্ধানকাৰী সন্থা (নিয়া) ই দাখিল কৰা এক চাৰ্চশ্বীটৰ ভিত্তিতেই এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে অনুসন্ধানৰ চলাইছিল হিজবুল মুজাহিদীনৰ সদস্যকেইজনক ৷

হাৱালা চেনেলৰ যোগেদি ভাৰতত সন্ত্ৰাসবাদক প্ৰশ্ৰয় প্ৰদানৰ উদ্দেশ্যে অবৈধভাৱে ধন প্ৰদান কৰা হৈছিল বুলি ধৰা পৰে অনুসন্ধানত ৷ উল্লেখ্য যে, চৈয়দ চালাউদ্দিনৰ নেতৃত্বত হিজবুল মুজাহিদীনে জম্মু-কাশ্মীৰত কূটাঘাত সংঘটিত কৰাৰ উদ্দেশ্যে সংগ্ৰহ কৰি আহিছে ধন৷ JKART নামৰ সংগঠন এটাৰ দ্বাৰা ধন সংগ্ৰহ কৰি সন্ত্ৰাসবাদক প্ৰশ্ৰয় প্ৰদান কৰি আহিছে হিজবুল মুজাহিদীনে৷

ED attaches properties of Hizbul-ul-Mujahideen terrorists in terror financing case

হিজবুল মুজাহিদীনৰ সদস্যৰ সম্পত্তি জব্দ এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ

সন্ত্ৰাসবাদক ধন প্ৰদানৰ অভিযোগত লিপ্ত হিজবুল মুজাহিদীন

নিউজ ডেস্ক,20 মাৰ্চ : হিজবুল মুজাহিদীনৰ ছজনকৈ সন্ত্ৰাসবাদীৰ সম্পত্তি জব্দ এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ৷ সন্ত্ৰাসবাদক প্ৰশ্ৰয় তথা ধন সংগ্ৰহৰ অভিযোগত চলোৱা এক অভিযানত 1.22 কোটি টকাৰ সম্পদ জব্দ কৰিবলৈ সক্ষম হৈছে এনফৰ্চমেণ্ট ডাইৰেক্টৰেট৷ 

প্ৰিভেন্সন অফ মানি লণ্ডাৰিং আইনৰ অধীনত মঙলবাৰে মহম্মদ চাফীশ শ্বাহ, নাজিৰ আহমেদ দাৰ, মুবাৰক শ্বাহ,মুজফ্ফৰ আহমেদ দাৰ সহিতে আন দুজন হিজবুল মুজাহিদীনৰ সদস্যৰ সম্পত্তি জব্দ কৰে ডাইৰেক্টৰেটে৷ কেন্দ্ৰীয় অনুসন্ধানকাৰী সন্থা (নিয়া) ই দাখিল কৰা এক চাৰ্চশ্বীটৰ ভিত্তিতেই এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে অনুসন্ধানৰ চলাইছিল হিজবুল মুজাহিদীনৰ সদস্যকেইজনক৷ 

হাৱালা চেনেলৰ যোগেদি ভাৰতত সন্ত্ৰাসবাদক প্ৰশ্ৰয় প্ৰদানৰ উদ্দেশ্যে অবৈধভাৱে ধন প্ৰদান কৰা হৈছিল বুলি ধৰা পৰে অনুসন্ধানত৷ উল্লেখ্য যে, চৈয়দ চালাউদ্দিনৰ নেতৃত্বত হিজবুল মুজাহিদীনে জম্মু-কাশ্মীৰত কূটাঘাত সংঘটিত কৰাৰ উদ্দেশ্যে সংগ্ৰহ কৰি আহিছে ধন৷ JKART নামৰ সংগঠন এটাৰ দ্বাৰা ধন সংগ্ৰহ কৰি সন্ত্ৰাসবাদক প্ৰশ্ৰয় প্ৰদান কৰি আহিছে হিজবুল মুজাহিদীনে৷
ED_mar11_jn58B7w_Xrdgx4O_t6fqDqQ.jpg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.