ETV Bharat / bharat

বন্ধ হ'ল 'চকীদাৰ চোৰ হ্যে'ৰ প্ৰচাৰ

সমগ্ৰ দেশৰ লগতে মধ্য়প্ৰদেশত চৰ্চিত 'চকিদাৰ চোৰ হ্যে' বিজ্ঞাপন নিষিদ্ধ নিৰ্বাচন আয়োগৰ ৷ এই বিজ্ঞাপনটোৱে প্ৰধানমন্ত্ৰী মোডীক ব্যক্তিগতভাৱে আক্ৰমণ কৰা বুলি এক অভিযোগ উত্থাপন কৰি কংগ্ৰেছৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক বিজেপিয়ে অভিযোগ দাখিল কৰাৰ পাচতে এই সিদ্ধান্ত গ্ৰহণ কৰে নিৰ্বাচন আয়োগে ।

author img

By

Published : Apr 19, 2019, 10:47 AM IST

Updated : Apr 19, 2019, 4:51 PM IST

কংগ্ৰেছৰ "চকিদাৰ চোৰ হ্যে" বিজ্ঞাপন নিষিদ্ধ নিৰ্বাচন আয়োগৰ

নতুন দিল্লী, 19 এপ্ৰিলঃ মধ্যপ্ৰদেশ কংগ্ৰেছৰ 'চকীদাৰ চোৰ হ্যে' বিজ্ঞাপনৰ ওপৰত নিষেধাজ্ঞা জাৰী কৰিছে নিৰ্বাচন আয়োগে । মধ্যপ্ৰদেশৰ যুটীয়া মুখ্য নিৰ্বাচনী বিষয়া ৰাজেশ কাউলে এক পত্ৰযোগে এই বিজ্ঞাপনৰ সম্প্ৰচাৰ শীঘ্ৰে বন্ধ কৰাৰ বাবে নিৰ্দেশ দিছে ৷

এই বিজ্ঞাপনটোৱে প্ৰধানমন্ত্ৰী মোডীক ব্যক্তিগতভাৱে আক্ৰমণ কৰা বুলি এক অভিযোগ উত্থাপন কৰি কংগ্ৰেছৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক বিজেপিয়ে অভিযোগ দাখিল কৰাৰ পাচতে এই সিদ্ধান্ত গ্ৰহণ কৰে নিৰ্বাচন আয়োগে ।

উল্লেখ্য যে, দেশত চলি থকা লোকসভা নিৰ্বাচন আৰম্ভ হোৱাৰ পূৰ্বে 'চকীদাৰ চোৰ হ্যে' শীৰ্ষক এক শ্ল'গান দি এটা বিজ্ঞাপন প্ৰস্তুত কৰিছিল মধ্যপ্ৰদেশ কংগ্ৰেছে ।

EC  bans Chowkidar chor hain advertisement 
Last Updated : Apr 19, 2019, 4:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.