ETV Bharat / bharat

পেৰামংগালমৰ দ্বৈত হত্যাকাণ্ডৰ অভিযুক্তৰ মৃতদেহ উদ্ধাৰ - অচিনাকী লোক

কেৰেলাৰ ত্ৰিচুৰ জিলাৰ মুদূৰ অঞ্চলৰ ৰাজপথত এগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰা হয় । উদ্ধাৰ কৰা ব্যক্তি গৰাকীৰ নাম সিজো বুলি জানিব পৰা গৈছে । অভিযোগ অনুসৰি, ২৩ বছৰীয়া সিজো নামৰ যুৱকজন পেৰামংগালমৰ দ্বৈত হত্যাকাণ্ডৰ অভিযুক্ত আছিল ।

double-murder-case-accused-killed-in-keralas-thrissur

author img

By

Published : Jul 6, 2020, 6:42 PM IST

নিউজ ডেস্ক, ৬ জুলাই : কেৰেলাৰ ত্ৰিচুৰ জিলাৰ মুদূৰ অঞ্চলৰ ৰাজপথত এগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰা হয় । উদ্ধাৰ কৰা ব্যক্তি গৰাকীৰ নাম সিজো বুলি জানিব পৰা গৈছে । অভিযোগ অনুসৰি, ২৩ বছৰীয়া সিজো নামৰ যুৱকজন পেৰামংগালমৰ দ্বৈত হত্যাকাণ্ডৰ অভিযুক্ত আছিল ।

তথ্য অনুসৰি, যুৱকজন মাজনিশা মটৰ চাইকেলৰে ঘৰলৈ উভতি অহাৰ সময়ত কোনোবা অচিনাকী লোকে ৰাজপথত হত্যা কৰাৰ সন্দেহ ।

উল্লেখযোগ্য যে, ২০১৯ চনৰ ২৮ এপ্ৰিলত পেৰামংগালমৰ দুজন যুৱকক সিৰোজ নামৰ যুৱকজনে হত্যা কৰাৰ অভিযোগ উখাপন হৈছিল । বৰ্তমান আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.