ETV Bharat / bharat

ভাৰত নে পাকিস্তানৰ পক্ষত ৰাহুল গান্ধী? - অমিত শ্বাহ

কাৰ পক্ষত ৰাহুল গান্ধী প্ৰশ্ন অমিত শ্বাহৰ

ভাৰত নে পাকিস্তানৰ পক্ষত ৰাহুল গান্ধী?
author img

By

Published : Sep 2, 2019, 3:18 PM IST

নেশ্যনেল ডেস্ক, 2 চেপ্তেম্বৰঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে দেওবাৰে ৰাহুল গান্ধীক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে ৷ তেওঁ কয় যে ৰাহুল গান্ধীয়ে পাকিস্তানৰ হৈ নে ভাৰতৰ হৈ কথা কয় সেই কথা তেওঁ স্পষ্ট কৰিব লাগে ৷ অমিত শ্বাহৰ এই মন্তব্য পাকিস্তানে ৰাষ্ট্ৰ সংঘত ৰাহুল গান্ধীৰ ভাষ্যক উত্থাপন কৰাৰ পিছতে প্ৰকাশ পাইছে ৷ ৰাহুল গান্ধীয়ে অনুচ্চেদ 370 উঠাই লোৱাৰ পিছতে কৈছিলে যে কাশ্মীৰত হিংসা এতিয়াও অব্যাহত আছে ৷ অনুচ্চেদ 370 উঠাই লোৱাৰ সিদ্ধান্ত লৈ বিজেপি য়ে ভুল কৰা বুলি মন্তব্য কৰিছিল ৷ এই ভাষ্যক পাকিস্তানৰ বৈদেশিক মন্ত্ৰীয়ে ভাৰতৰ বিপক্ষে ৰাষ্ট্ৰ সংঘত উত্থাপন কৰিছিল ৷
অমিত শ্বাহে কয় যে এনে ধৰণৰ মন্তব্য কৰাৰ বিপৰীতে নিজৰ স্থিতি স্পষ্ট কৰক যে তেওঁ ভাৰত নে পাকিস্তানৰ পক্ষত আছে ৷

Solapur (Maharashtra), Sep 02 (ANI): Union Home Minister Amit Shah slammed Rahul Gandhi after his statement on violence in Jammu and Kashmir was used in United Nations by Pakistan. He said, "Rahul Gandhi gave a statement that BJP didn't do any good by abrogating Article 370, he said violence is happening in Kashmir. Since abrogation of Art370, not a single bullet or tear gas has been fired in Kashmir, not a single person has died." He further added, "Rahul's statement was used by Pakistan's Parliament against India, it was used by their Foreign Minister to petition in UN. For which country is he speaking, Pak is also saying what he is saying. His statements are being used against India, what is his purpose?"
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.