ETV Bharat / bharat

উচ্চতম ন্যায়ালয়ৰ ৰায়দানত অসন্তুষ্ট মুছলীম পাৰ্চনেল ল' বৰ্ড

author img

By

Published : Nov 9, 2019, 4:21 PM IST

উচ্চতম ন্যায়ালয়ৰ ৰায়দানত অসন্তুষ্টি প্ৰকাশ মুছলীম পাৰ্চনেল ল' বৰ্ডৰ ৷ এ আই এম পি এল বি (AIMPLB)ৰ অধিবক্তা জাফৰয়াব জিলানীৰ মন্তব্য ৰায়দানৰ পুনৰ বিচাৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ত জনোৱা হ'ব আবেদন ৷

জাফৰয়াব গিলানীৰ সংবাদমেল

নিউজ ডেস্ক, 9 নৱেম্বৰঃ অযোধ্যাৰ বিবাদমান ভূমি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়দানত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে মুছলীম পাৰ্চনেল ল' বৰ্ডে ৷ এ আই এম পি এল বিৰ (AIMPLB) অধিবক্তা জাফৰয়াব জিলানীৰ মন্তব্য ৰায়দানৰ পুনৰ বিচাৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ত জনোৱা হ'ব আবেদন ৷ মছজিদৰ কোনো মূল্য নাই ৷ আমি প্ৰত্যেকটো সম্প্ৰদায়ৰ লোকক শান্তি আৰু শৃংখলা বজাই ৰখাৰ আহ্বান জনাইছো ৷

জাফৰয়াব গিলানীৰ সংবাদমেল

লগতে পঢ়কঃউচ্চতম ন্যায়ালয়ৰ ৰায়দানক সমৰ্থন শাসক-বিৰোধী উভয়ৰে !

আনহাতে মুছলীম পাৰ্চনেল ল' বৰ্ডৰ কাৰ্যবাহী সদস্য কামাল ফাৰুকিয়ে মন্তব্য কৰে যে, ইয়াৰ সলনি আমাক এশ একৰ ভূমি দিলেও আমাৰ কোনো লাভ নহ'ব ৷ আমাৰ 67 একৰ ভূমি ইতিমধ্যে দখল কৰা হৈছে তাৰ পৰিৱৰ্তে কেৱল 5 একৰ ভূমি দিয়াটো কেনে ধৰণৰ ন্যায় বুলিও প্ৰশ্ন উত্থাপন কৰে বৰ্ডৰ কাৰ্যবাহী সদস্যগৰাকীয়ে ৷

  • Kamaal Faruqi,All India Muslim Personal Law Board:Iske badle hume 100 acre zameen bhi de to koi fayda nahi hai.Hamari 67 acre zameen already acquire ki huyi hai to humko daan mein kya de rahe hain vo?Humari 67 acre zameen lene ke baad 5 acre de rahe hain. Ye kahan ka insaaf hai? pic.twitter.com/Pdgyhmhv7Z

    — ANI (@ANI) November 9, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

Intro:Body:

AIMPLB

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.