ETV Bharat / bharat

ত্ৰিপুৰাত গেছ প্ৰকল্পৰ উদ্বোধন ধৰ্মেন্দ্ৰ প্ৰধানৰ

ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নৰ বাবে খাৰুৱা তেল-গেছক প্ৰধানভাৱে ল'ব বুলিও ত্ৰিপুৰাবাসীক আশ্বাস প্ৰদান কৰে ধৰ্মেন্দ্ৰ প্ৰধানে।

ETV BHARAT
author img

By

Published : Mar 3, 2019, 9:09 AM IST

নিউজ ডেস্ক, ৩ মাৰ্চ : ত্ৰিপুৰাত কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ গেছ প্ৰকল্প উদ্বোধন। শুকুৰবাৰে ৰাজ্যখনৰ বিভিন্ন তৈল আৰু গেছ প্ৰকল্প উদ্বোধন কৰে পেট্ৰ'লিয়াম মন্ত্ৰীগৰাকীয়ে।

অ এন জি চিয়ে ৰাজ্যখনত দৈনিক সৰ্ববৃহৎ ৮.৯৬ MMSCMD গেছ উৎপাদন কৰে বুলিও প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । এই উৎপাদনৰ পৰিমাণ ১০ MMSCMD লৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে চৰকাখন আগবাঢ়িছে বুলিও জানিবলৈ দিয়ে পেট্ৰ'লিয়াম মন্ত্ৰীগৰাকীয়ে। ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নৰ বাবে খাৰুৱা তেল-গেছক প্ৰধানভাৱে ল'ব বুলিও ত্ৰিপুৰাবাসীক আশ্বাস প্ৰদান কৰে ধৰ্মেন্দ্ৰ প্ৰধানে।

Dharmendra Pradhan inaugurates several oil & gas projects in Tripura

ত্ৰিপুৰাত গেছ প্ৰকল্পৰ উদ্বোধন ধৰ্মেন্দ্ৰ প্ৰভুৰ

নিউজ ডেস্ক, ৩ মাৰ্চ : ত্ৰিপুৰাত কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰভুৰ গেছ প্ৰকল্প উদ্বোধন। শুকুৰবাৰে ৰাজ্যখনৰ বিভিন্ন  তৈল আৰু গেছ প্ৰকল্প উদ্বোধন কৰে পেট্ৰ'লিয়াম মন্ত্ৰীগৰাকীয়ে। 

অ এন জি চিয়ে ৰাজ্যখনত দৈনিক সৰ্ববৃহৎ ৮.৯৬  MMSCMD গেছ উৎপাদন কৰে বুলিও প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । এই উৎপাদনৰ পৰিমাণ  ১০ MMSCMD লৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে চৰকাখন আগবাঢ়িছে বুলিও জানিবলৈ দিয়ে পেট্ৰ'লিয়াম মন্ত্ৰীগৰাকীয়ে। ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নৰ বাবে খাৰুৱা তেল-গেছক প্ৰধানভাৱে ল'ব বুলিও ত্ৰিপুৰাবাসীক আশ্বাস প্ৰদান কৰে ধৰ্মেন্দ্ৰ প্ৰভুৱে। 
PIC.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.