ETV Bharat / bharat

দিল্লী চৰকাৰৰ পেট্ৰ'ল-মূল্যবৃদ্ধিৰ সম্পৰ্কত কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

author img

By

Published : May 6, 2020, 5:50 PM IST

পেট্ৰ'ল আৰু ডিজেলত কৰ বৃদ্ধি কৰা দিল্লী চৰকাৰৰ সিন্ধান্তক সমালোচনা কৰে কংগ্ৰেছ দলে । লগতে বিগত তিনি মাহত চৰকাৰৰ পদৰ্শন নিম্মমানৰ বুলিও প্ৰকাশ কৰে ।

দিল্লী চৰকাৰৰ পেট্ৰ'ল-মূল্যবৃদ্ধিৰ সম্পৰ্কত কংগ্ৰেছৰ প্ৰতিক্ৰিয়া
দিল্লী চৰকাৰৰ পেট্ৰ'ল-মূল্যবৃদ্ধিৰ সম্পৰ্কত কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্ক, 6 মে': ইন্ধনত দিল্লী চৰকাৰে মূল্য সংযোজিত কৰ (VAT)ত বৃদ্ধিৰ সিদ্ধান্ত লৈছে । মঙলবাৰৰ পৰা কাৰ্যকৰী হোৱা মূল্যবৃদ্ধি প্ৰসংগত কংগ্ৰেছে প্ৰতিক্ৰিয়া আগবঢ়াই ।

কংগ্ৰেছৰ নেতা তথা মন্ত্ৰী অজয় মাকেনে দিল্লী চৰকাৰক মূল্যবৃদ্ধিৰ বাবে সমালোচনা কৰে আৰু লগতে বিগত 3-4 মাহত চৰকাৰৰ প্ৰদৰ্শন নিম্মমানৰ বুলি অভিহিত কৰে ।

উল্লেখ্য যে, দিল্লীত ডিজেলৰ মূল্য প্ৰতিলিটাৰত 7.1 টকা বৃদ্ধি পাই আৰু পেট্ৰ'লত প্ৰতিলিটাৰত 1.67 টকা বৃদ্ধি হয় । চৰকাৰে পেট্ৰ'লত 27 শতাংশৰ পৰা 30 শতাংশ আৰু ডিজেলত 16.75 শতাংশৰ পৰা 30 শতাংশলৈ বৃদ্ধি কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.