ETV Bharat / bharat

কাৰ দখললৈ দিল্লী ? - দিল্লী নিৰ্বাচন 2020

দিল্লী নিৰ্বাচনক লৈ উৎকণ্ঠা সকলোৰে ৷ আজি ভাগ্য নিৰ্ণয় হ’ব অৰবিন্দ কেজৰিৱালৰ ৷

Delhi counting going on today
কাৰ দখললৈ দিল্লী ?
author img

By

Published : Feb 11, 2020, 8:07 AM IST

নেশ্যনেল ডেস্ক, 11 ফেব্ৰুৱাৰীঃ

  • আজি পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনা ৷
  • কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আৰম্ভ হৈছে ভোটগণনা ৷
  • 672 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব আজিৰ এই ভোটগণনাত ৷
  • 70 আসনৰ বাবে ভোটদান প্ৰক্ৰিয়া সম্পন্ন হৈছিল 8 ফেব্ৰুৱাৰীত ৷
  • দেশৰ প্ৰায় সকলো নিৰ্বাচনী সমীক্ষকৰ মতে অৰবিন্দ কেজৰিৱাল তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা ৷
  • 62.59% ভোটদান সম্পন্ন হৈছিল দিল্লীত ৷

Intro:Body:

Delhi poll

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.