ETV Bharat / bharat

হৰিৎ কৰ্ম সেনাৰ প্লাষ্টিক বিৰোধী সংগ্ৰাম

author img

By

Published : Dec 30, 2019, 2:34 PM IST

হৰিৎ কৰ্ম সেনা নামৰ এটা দলে ৱাৰ্ডৰ প্ৰতিঘৰ বাসিন্দাৰ পৰা আৱৰ্জনা সংগ্ৰহ কৰে ৷ যাক পৰৱৰ্তী সময়ত ধুই, চাফা কৰি,গুড়ি কৰিবলৈ এটা প্ৰসংস্কৰণ কেন্দ্ৰত লৈ যায় ৷ সেইসমূহ গুড়ি কৰি প্ৰসংস্কৰণ কেন্দ্ৰৰ পৰা 'ক্লীন কেৰালা' নামৰ এটা কোম্পানীলৈ পঠিওৱা হয় ৷

হৰিৎ কৰ্ম সেনাৰ প্লাষ্টিক বিৰোধী সংগ্ৰাম
হৰিৎ কৰ্ম সেনাৰ প্লাষ্টিক বিৰোধী সংগ্ৰাম

নিউজ ডেস্ক, 30 ডিচেম্বৰ : কেৰালাৰ কোল্লাম জিলাৰ পেৰিনাড গাঁৱৰ 40 গৰাকী মহিলাই মিলি নিজৰ গাঁওখনক প্লাষ্টিক মুক্ত গাঁও পঞ্চায়তলৈ ৰূপান্তৰ কৰাৰ এক যাত্ৰা সূচনা কৰিলে ৷ নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলে আৱৰ্জনা ব্যৱস্থাপনা নীতি আৰু পৰিৱেশ সুৰক্ষা ব্যৱস্থাৰ যথাযথ প্ৰয়োগৰ উদাহৰণ হিচাপে পেৰিনাডক স্বীকৃতি প্ৰদান কৰিছে ৷ পেৰিনাদে প্লাষ্টিকৰ ভয়াৱহতাৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে সেই সম্পৰ্কে দেশৰ অন্য স্থান সমূহতো এক শিক্ষাৰ বাৰ্তা বিলাইছে ৷

হৰিৎ কৰ্ম সেনাৰ প্লাষ্টিক বিৰোধী সংগ্ৰাম

হৰিৎ কৰ্ম সেনা নামৰ এটা দলে ৱাৰ্ডৰ প্ৰতিঘৰ বাসিন্দাৰ পৰা আৱৰ্জনা সংগ্ৰহ কৰে ৷ যাক পৰৱৰ্তী সময়ত ধুই, চাফা কৰি, গুড়ি কৰিবলৈ এটা প্ৰসংস্কৰণ কেন্দ্ৰত লৈ যায় ৷ সেইসমূহ গুড়ি কৰি প্ৰসংস্কৰণ কেন্দ্ৰৰ পৰা 'ক্লীন কেৰালা' নামৰ এটা কোম্পানীলৈ পঠিওৱা হয় ৷ য'ত ইয়াক বাট-পথৰ বাবে ব্যৱহাৰ কৰা হয় ৷

আৰু পঢ়কঃআলফা(স্বা)ত যোগদানৰ প্ৰস্তুতি চলোৱা তিনি যুৱকক আটক

হৰিৎ কৰ্ম সেনাৰ সদস্য শ্বাৰ্লীয়ে কয় যে, যেতিয়া তেওঁলোকে ঘৰে ঘৰে প্লাষ্টিকৰ আৱৰ্জনা সংগ্ৰহ কৰিবলৈ যায় তেতিয়া লোকসকলে হৰিৎ কৰ্ম সেনাৰ বাবে সেইবোৰ পৰিস্কাৰ কৰে ৷ তাৰ পিচত হৰিৎ কৰ্ম সেনাই সেইবোৰ লৈ যায় আৰু লোকসকলৰ বাবে এখন কাগজত চহী কৰে ৷ এই ক্ষেত্ৰত স্থানীয় লোকসকলে হৰিৎ কৰ্ম সেনাক যঠেষ্ট সহযোগ কৰিছে ৷

বিজয়লক্ষ্মী, অম্বিলী আৰু শ্বাৰ্লী নামৰ তিনি গৰাকী মহিলা হৰিৎ কৰ্মৰ প্ৰসংস্কৰণ কেন্দ্ৰৰ মুৰব্বী, যিটো কেন্দ্ৰই 24 ঘন্টাই কাম কৰে ৷ হৰিৎ কৰ্মৰ এই প্ৰচেষ্টা সকলোৰে দ্বাৰা প্ৰসংশিত আৰু সমাদৃত হ'লেও প্লাষ্টিকৰ আৱৰ্জনাৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত তেওঁলোকক পেৰিনাডৰ প্ৰতিবেশী পঞ্চায়তেও যথেষ্ট সহায়ৰ হাত আগবঢ়াইছে ৷ হৰিৎ কৰ্মৰ ক্ৰমবৰ্ধমান চাহিদা আৰু উদ্ভাৱনী ধাৰণাৰ দক্ষতাৰ সৈতে পেৰিনাডত এটা বৈদ্যুতিক আৱৰ্জনা ব্যৱস্থাপনা পদ্ধতিৰ পৰিকল্পনা কৰিছে ৷

লগতে চাওকঃপ্লাষ্টিকৰ বিৰুদ্ধে অকলেই যুঁজত নামিছে কৰ্ণাটকৰ বাসৱাৰাজে

Intro:Body:

Haritha Karma Sena: Forty women resolve to turn Perniad plastic-free

Kollam(Kerala): Forty women of Perniad village here have embarked on a journey to turn their village into a plastic-free Panchayat. 

The National Green Tribunal has chosen Perinad as an example of proper implementation of waste management laws and environmental protection measures. Perinad has given a lesson to the rest of the country on how to deal with the peril of plastic.

A group called the Haritha Karma Sena collects garbage from every household in the ward which is then taken to a processing unit for washing, cleaning and breaking it down into a powder. 

The processed powder is then sent out from the processing unit to 'Clean Kerala Company' which uses it for tarring roads.

=================================================================================

Location: Kollam 

    Kerala

VO: Forty women of Perinad village in Kerala's Kollam district have embarked on a journey to turn their village into a plastic-free Panchayat. 

GFX: Plastic-free Panchayat

VO: The National Green Tribunal has chosen Perinad as an example of proper implementation of waste management laws and environmental protection measures. Perinad has given a lesson to the rest of the country on how to deal with the peril of plastic.

GFX: Plastic-waste management

VO: A group called the Haritha Karma Sena collects garbage from every household in the ward which is then taken to a processing unit for washing, cleaning and breaking it down into a powder. 

GFX: Haritha Karma Sena's initiative

VO: The processed powder is then sent out from the processing unit to 'Clean Kerala Company' which uses it for tarring roads.

GFX: Tarring roads with waste plastic

____________________________________________________________________

Byte 1: Shirley 

    Member; Haritha Karma Sena

When we go to collect plastic waste from different households people clean them for us

Haritha Karma Sena then takes the waste with it and signs a card for the people 

Meanwhile, locals are very coopearative with Sena members

_____________________________________________________________________

VO: Three women namely Vijayalakshmi, Ambili and Shirley head the processing unit at Haritha Karma that functions 24 hours-a-day.

GFX: 24-hour service

VO: While the initiative of Haritha Karma is acclaimed and appreciated by many in Kerala, the neighbouring Panchayat of Perinad seeks its help in tackling its plastic waste. 

GFX: Helping hand

_________________________________________________________________________

Byte: L Anil

    Panchayat President

Haritha Karma Sena accumulates waste plastic every month on a regular basis

They are them given to a processing unit where it is converted into powder

This powder is later used for tarring roads

___________________________________________________________________________

VO: With the rising demand of Haritha Karma and the efficiency of this innovative idea, it is now planning to set up an electronic waste management system in Perinad.

GFX: Electronic waste management in future

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.