ETV Bharat / bharat

ফাৰুক আৰু ওমৰ আব্দুল্লাক সাক্ষাৎ মুফটিৰ

author img

By

Published : Oct 14, 2020, 8:08 PM IST

গৃহবন্দীত্বৰ পৰা মুকলি হৈয়ে মেহবুবা মুফটিয়ে সাক্ষাৎ কৰে ওমৰ আব্দুল্লা আৰু ফাৰুক আব্দুল্লাক । শ্ৰীনগৰস্থিত নিজা বাসভৱনত দুয়োৰে সৈতে আলোচনাত মিলিত হয় মুফটিয়ে ।

পিডিপি নেতৃত্বৰ আলোচনা
পিডিপি নেতৃত্বৰ আলোচনা

নিউজ ডেস্ক, ১৪ অক্টোবৰ : মুকলি হোৱাৰ এদিন পিছতেই জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিয়ে সাক্ষাৎ কৰে ওমৰ আব্দুল্লা আৰু ফাৰুক আব্দুল্লাক। শ্ৰীনগৰস্থিত নিজা বাসভৱনত দুয়োৰে সৈতে আলোচনাত মিলিত হয় মুফটি ।

এই সম্বন্ধে টুইট কৰি জনায় ওমৰ আব্দুল্লাই । গুপকাৰ ঘোষণা পত্ৰৰ সন্দৰ্ভত বৃহস্পতিবাৰে আলোচনাত মিলিত হোৱাৰ বিষয়ত এইদৰে আলোচনাত মিলিত হয় তিনিও । ইয়াৰ পূৰ্বে পিডিপি নেতৃত্বৰ সৈতেও আলোচনাত মিলিত হৈছিল মুফটি ।

  • It was nice of you & Farooq sahab to come home. It gave me courage listening to him. Im sure together we all can change things for the better. https://t.co/48yc39Wjhb

    — Mehbooba Mufti (@MehboobaMufti) October 14, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

জম্মু কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পৰৱৰ্তী সময়ত তিনিও গৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীক গৃহবন্দী কৰি ৰখা হৈছিল ।

লগতে পঢ়ক: চোপিয়ানত সেনাৰ গুলিত নিহত দুই সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.