নিউজ ডেস্ক, ১৪ অক্টোবৰ : মুকলি হোৱাৰ এদিন পিছতেই জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিয়ে সাক্ষাৎ কৰে ওমৰ আব্দুল্লা আৰু ফাৰুক আব্দুল্লাক। শ্ৰীনগৰস্থিত নিজা বাসভৱনত দুয়োৰে সৈতে আলোচনাত মিলিত হয় মুফটি ।
এই সম্বন্ধে টুইট কৰি জনায় ওমৰ আব্দুল্লাই । গুপকাৰ ঘোষণা পত্ৰৰ সন্দৰ্ভত বৃহস্পতিবাৰে আলোচনাত মিলিত হোৱাৰ বিষয়ত এইদৰে আলোচনাত মিলিত হয় তিনিও । ইয়াৰ পূৰ্বে পিডিপি নেতৃত্বৰ সৈতেও আলোচনাত মিলিত হৈছিল মুফটি ।
-
It was nice of you & Farooq sahab to come home. It gave me courage listening to him. Im sure together we all can change things for the better. https://t.co/48yc39Wjhb
— Mehbooba Mufti (@MehboobaMufti) October 14, 2020 " class="align-text-top noRightClick twitterSection" data="
">It was nice of you & Farooq sahab to come home. It gave me courage listening to him. Im sure together we all can change things for the better. https://t.co/48yc39Wjhb
— Mehbooba Mufti (@MehboobaMufti) October 14, 2020It was nice of you & Farooq sahab to come home. It gave me courage listening to him. Im sure together we all can change things for the better. https://t.co/48yc39Wjhb
— Mehbooba Mufti (@MehboobaMufti) October 14, 2020
জম্মু কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পৰৱৰ্তী সময়ত তিনিও গৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীক গৃহবন্দী কৰি ৰখা হৈছিল ।
লগতে পঢ়ক: চোপিয়ানত সেনাৰ গুলিত নিহত দুই সন্ত্ৰাসবাদী