ETV Bharat / bharat

ঘূৰ্ণীবতাহ নিসৰ্গঃ মুম্বাইত হাই এলাট জাৰি প্ৰশাসনৰ

মুম্বাই বিহান পৌৰ নিগমে সাগৰীয় ধুমুহা নিসৰ্গক লৈ কেতবোৰ নীতি-নিদেশনা জাৰি কৰিছে । বুধবাৰে বিয়লি ভাগলৈ এই বতাহ জাকে মুম্বাইক অতিক্ৰম কৰি যোবাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷ প্ৰশাসনৰ তৰফৰ পৰা সতৰ্ক হৈ থাকিবলৈ বহুকেইটা অঞ্চলত হাই এলাট জাৰি কৰা হৈছে ।

author img

By

Published : Jun 3, 2020, 11:28 AM IST

clycone  nisarga  come mumbai and gujrat
নিছাৰগা আহি আছে মুম্বাইৰ দিশে

নিউজ ডেস্ক, ৩ জুনঃ আম্ফানৰ পিছতেই এইবাৰ তীব্ৰ বেগেৰা আহি আছে আন এক ঘূৰ্ণিবতাহ 'নিসৰ্গ' । বুধবাৰে বিয়লি ভাগলৈ এই ঘূৰ্ণীবতাহে উত্তৰ মহাৰাষ্ট্ৰ আৰু দক্ষিণ গুজৰাট অতিক্ৰম কৰিব ৷ পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ বিহান মুম্বাই পৌৰ নিগমে কিছু নীতি-নিদেশনা জাৰি কৰিছে ।

নিছাৰগা আহি আছে মুম্বাইৰ দিশে
clycone nisarga come mumbai and gujrat

ইপিনে এই দুৰ্যোগৰ সন্দৰ্ভত যিকোনো তথ্য জানিব বিচাৰিলে 1916 আৰু 1914 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে প্ৰশাসনে ৷

লগতে পঢকঃডিগবৈত IED উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.