ETV Bharat / bharat

ঘাতকৰূপী ফেণীৰ কৱলত ওড়িশা, ধ্বংসৰ পাছৰ ছবি

author img

By

Published : May 5, 2019, 2:24 PM IST

পবিত্ৰভূমি ওড়িশাৰ পুৰী, ভূৱনেশ্বৰ আৰু বিভিন্ন অঞ্চলত শুকুৰবাৰৰ ফেণী ধুমুহাই কেইবাজনো লোকৰ প্ৰাণ কাঢ়ি লয় ।

ঘাতকৰূপী ফেণীৰ কৱলত ওড়িশা

নিউজ ডেস্ক, ৫ মে': ওড়িশাৰ পুৰী, ভূৱনেশ্বৰ আৰু বহুকেইখন অঞ্চলত শুকুৰবাৰে মহাপ্ৰলয়ৰ সৃষ্টি কৰি ১৪ জনতকৈ অধিক লোকৰ প্ৰাণ কাঢ়ি নিয়ে ফেণী ধুমুহাই । তথ্য অনুসৰি মায়ুৰভঞ্জ জিলাত ৪ জন, জজপুৰত ৪ জন, বালাচোৰত ৪ জন, কেন্দ্ৰপাৰাত ৪ জন, পুৰীত ১ জন, নয়াগঢ়ত ১ জন আৰু ভদ্ৰকত ১ জন লোক নিহত হৈছে ।

ঘাতকৰূপী ফেণীৰ কৱলত ওড়িশা

তাৰোপৰি, ভূৱনেশ্বৰৰ প্ৰায় ১০,০০০ বিদ্যুৎ সংযোগী তাঁৰ বিচিন্ন হৈ পৰাৰ লগতে ২০,০০০ ৰো অধিক গছ - গছনি উভালি পৰা বুলিও জানিব পৰা গৈছে ।

ETV BHARAT ASSAM

CYCLONE FANI HITS ODISHA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.