ETV Bharat / bharat

সুশান্ত সিঙ সন্দৰ্ভত চাইবাৰ দলৰ হাতত পৰিছে 1.5 লাখ ভুৱা টুইটাৰ হেণ্ডেল

author img

By

Published : Nov 4, 2020, 8:48 AM IST

Updated : Nov 4, 2020, 9:58 AM IST

1.5 লাখতকৈও অধিক ভুৱা টুইটাৰ একাউন্টৰ তথ্য লাভ কৰিছে মহাৰাষ্ট্ৰৰ চাইবাৰ বিশেষজ্ঞৰ দলে ৷ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃতদেহ উদ্ধাৰৰ পাছতেই সামাজিক মাধ্যমত কিছুমান ভুৱা তথ্য প্ৰচাৰৰ বাবে এই একাউন্টবোৰ খোলাৰ সন্দেহ ৷

Cyber experts find over 1.5 lakh suspicious Twitter accounts
মহাৰাষ্ট্ৰৰ চাইবাৰ বিশেষজ্ঞৰ হাতত 1.5 লাখতকৈও অধিক ভুৱা টুইটাৰ একাউন্টৰ তথ্য

নেশ্যনেলডেস্ক,4 নৱেম্বৰ: সুশান্ত সিং ৰাজপুতৰ হত্যাকাণ্ডৰ গোচৰ চলি থকাৰ সময়তে মহাৰাষ্ট্ৰৰ চাইবাৰ বিশেষজ্ঞৰ দলে 1.5 লাখতকৈও অধিক ভুৱা টুইটাৰ একাউন্টৰ তথ্য লাভ কৰিছে ৷ যাৰ ভিতৰত 40%ই প্ৰকৃততে সন্দেহজনক,কাৰণ 14 জুনত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃতদেহ উদ্ধাৰৰ পাছতেই মহাৰাষ্ট্ৰ চৰকাৰ আৰু মুম্বাই পুলিচক লৈ বিভিন্ন ধৰণৰ ঋণাত্মক টুইট কৰা দেখা গৈছিল ৷ মহাৰাষ্ট্ৰ পুলিচে কয়,তাৰ ভিতৰত বেছিভাগ একাউন্টেই সামাজিক মাধ্যমত কিছুমান ভুৱা তথ্য প্ৰচাৰৰ বাবে খুলিছিল ৷ যাৰ বিৰুদ্ধে অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷

লগতে পঢ়ক: আহি আছে হোৱাটচ্এপৰ নতুন সংশোধন

Last Updated : Nov 4, 2020, 9:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.