ETV Bharat / bharat

CSIR-CMERI নিৰ্মাণ কৰিলে কোভিড ১৯ চিকিৎসা মেকানিকেল ভেন্তিলেটৰ

CSIR-CMERIএ কোভিড ১৯ আক্ৰান্ত ৰোগীৰ বাবে এক বিশেষ ভেন্তিলেটৰ প্ৰস্তুত কৰি উলিয়াইছে ।

csir-cmeri-develops-cost-effective-mechanical-ventilator
মেকানিকেল ভেন্তিলেটৰ নিমাণ csir cmeri দুৰগাপুৰত
author img

By

Published : Jun 7, 2020, 8:58 PM IST

নিউজ ডেস্ক, ৭জুনঃ দুৰ্গাপুৰত থকা CSIRয়ে নিৰ্মাণ কৰি উলিয়াইছে এক বিশেষ মেকানিকেল ভেন্তিলেটৰ ৷ স্থানীয় কৌশল প্ৰয়ােগ কৰি প্ৰস্তুত কৰা এইটো ভেন্টিলেটৰৰ দ্বাৰা কোভিড ১৯ চিকিৎসা কৰিব পৰা যাব ৷ মেকেনিকেল ভেন্তিলেটৰটোৰ নিৰ্মাণত ব্যয় হ'ব প্ৰায় ৯০ হাজাৰৰ পৰা ১ লাখ টকা ।

এই বিশেষ ভেন্তিলেটৰৰ জৰিয়তে অক্সিজেন যােগান ধৰাৰ সুবিধা উপলব্ধ হ'ব । বিশেষভাৱে ভেন্তিলেটৰৰ বিষয়ে উল্লেখ কৰে CSIR-CMERI, দুৰ্গাপুৰৰ অধ্যাপক ড০ হৰিছ হিৰানিয়ে কয় যে ই হৈছে আন্দাৰগ্ৰাউন্দ আৰু ইয়াক কেইবাটাও তৰপ ৰাখি নিৰ্মাণ কৰা হৈছে । যাতে ৰোগী সকলৰ সকলোফালৰ পৰা সুবিধা হয় । আনহাতে প্ৰয়োজন সাপেক্ষে সময়ে সময়ে ইয়াক উন্নত কৰি গৈ থাকিব বুলি তেওঁ জানিবলৈ দিয়ে ।

ইয়াক দুখন চিকিৎসালয়ত পৰীক্ষামূলকভাৱে ব্যবহাৰ কৰাৰ সময়তে বিকল হৈ পৰে ৩ জুনৰ পিছতে । পুনৰ CSIR ইয়াক বিকশিত কৰিবৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে যাতে ইয়াৰ জৰিয়তে ৰোগীৰ উপকাৰ হ'ব পাৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.