ETV Bharat / bharat

নিৰ্বাচন খেলিবলৈ আগ্ৰহী নহয় বীৰেন্দৰ শ্বেহৱাগ

author img

By

Published : Mar 15, 2019, 6:30 AM IST

পশ্চিম দিল্লীৰ আসনৰ হৈ লোকসভা নিৰ্বাচন খেলিবলৈ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক আহ্বান জনাইছিল ভাৰতীয় জনতা দলে ৷ ব্যক্তিগত কাৰণত এই প্ৰস্তাৱ নাকচ কৰা বুলি প্ৰকাশ কৰিছে শ্বেহৱাগে ৷

etv bharat

দিল্লী, 15 মাৰ্চ: ব্যক্তিগত কাৰণত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ বীৰেন্দৰ শ্বেহৱাগে নাকচ কৰিলে বিজেপিয়ে আগবঢ়োৱা লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ টিকট ৷ এইকথা প্ৰকাশ কৰিলে দিল্লীৰ ভাৰতীয় জনতা দলৰ এগৰাকী শীৰ্ষ নেতাই ৷

নেতাগৰাকীয়ে প্ৰকাশ কৰা অনুসৰিবৰ্তমান ভাৰতীয় জনতা দলৰ সাংসদ পৰৱেজ বাৰ্মাৰ অধীনত থকা পশ্চিম দিল্লীৰ আসনৰ হৈ আগন্তক লোকসভা নিৰ্বাচনৰ বাবে বিৰেন্দৰ শ্বেহৱাগক টিকট দিয়াৰ সিদ্ধান্ত লৈছিল দলটোৱে ৷ কিন্তুব্যক্তিগত কাৰণত আগ্ৰহ প্ৰকাশ নকৰিলে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ৷ বিজেপি নেতাগৰাকীয়ে লগতে কয় যেবীৰেন্দৰ শ্বেহৱাগে এই সন্দৰ্ভত ৰাজনীতিঅথবা নিৰ্বাচন খেলিবলৈ তেওঁৰ কোনো আগ্ৰহ নাই বুলি প্ৰকাশ কৰে ৷

Cricketer Virender Sehwag Declined Offer To Contest Polls In Delhi: Top BJP Leader

নিৰ্বাচন খেলিবলৈ আগ্ৰহী নহয় বীৰেন্দৰ শ্বেহৱাগ

পশ্চিম দিল্লীৰ আসনৰ হৈ লোকসভা নিৰ্বাচন খেলিবলৈ ক্ৰীকেটাৰগৰাকীক আহ্বান জনাইছিল ভাৰতীয় জনতা দলে ৷

দিল্লী, 15 মাৰ্চ: ব্যক্তিগত কাৰণত ভাৰতীয় ক্ৰীকেট দলৰ প্ৰাক্তন খেলুৱৈ বীৰেন্দৰ শ্বেহৱাগে নাকচ কৰিলে বিজেপিয়ে আগবঢ়োৱা লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীত্বৰ টিকট ৷ এইকথা প্ৰকাশ কৰিলে দিল্লীৰ ভাৰতীয় জনতা দলৰ এগৰাকী শীৰ্ষ নেতাই ৷ 

নেতাগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, বৰ্তমান ভাৰতীয় জনতা দলৰ সাংসদ পৰৱেজ বাৰ্মাৰ অধীনত থকা পশ্চিম দিল্লীৰ আসনৰ হৈ আগন্তক লোকসভা নিৰ্বাচনৰ বাবে বিৰেন্দৰ শ্বেহৱাগক টিকট দিয়াৰ সিদ্ধান্ত লৈছিল দলটোৱে ৷ কিন্তু, ব্যক্তিগত কাৰণত আগ্ৰহ প্ৰকাশ নকৰিলে প্ৰাক্তন ক্ৰীকেটাৰ গৰাকীয়ে ৷বিজেপি নেতাগৰাকীয়ে লগতে কয় যে, বীৰেন্দৰ শ্বেহৱাগে এই সন্দৰ্ভত ৰাজনীতিত অথবা নিৰ্বাচন খেলিবলৈ তেওঁৰ কোনো আগ্ৰহ নাই বুলি প্ৰকাশ কৰে ৷ 

ইয়াৰোপৰি, যোৱা ফেব্ৰুৱাৰী মাহত বীৰেন্দৰ শ্বেহৱাগে হাৰিয়ানাৰ ৰোহটকৰ পৰা নিৰ্বাচন খেলিব বুলি প্ৰকাশ পাইছিল যদিও টুইটাৰযোগে পূৰ্বৰ ভাৰতীয় ক্ৰীকেটদলৰ অপেনাৰ গৰাকীয়ে কয় যে, কিছুমান বস্তু কেতিয়াও সলনি নহয়, যেনেকৈ এই উৰা বাতৰিসমূহ ৷ 2014 বৰ্ষৰ দৰে 2019 বৰ্ষতো একেবোৰ উৰা-বাতৰিয়েই উলাইছে ৷ মই তেতিয়াও আগ্ৰহী নাছিলো এতিয়াও নহয় ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.