ETV Bharat / bharat

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

author img

By

Published : Sep 21, 2020, 3:41 PM IST

ভাৰতত 54,87,580 গৰাকীলৈ বৃদ্ধি পালে কৰ'ণা আক্ৰান্তৰ সংখ্য়া ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে উল্লেখ কৰা তথ্য অনুসৰি,ভাৰতত বৰ্তমানলৈ কৰ'ণাত আক্ৰান্ত হৈ মৃত্য়ুক সাৱটি লোৱা লোকৰ সংখ্যাও 87,882 গৰাকীলৈ বৃদ্ধি পায় ৷

ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য
ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

নেশ্যনেল ডেস্ক, 21 চেপ্তেম্বৰ: সমগ্ৰ ভাৰততে COVID-19 আক্ৰান্তৰ সংখ্য়াই অতিক্ৰম কৰিলে 54 লক্ষাধিক ৷ বিগত 24 ঘণ্টাত ভাৰতত নতুনকৈ 86,961 গৰাকী লোকৰ দেহত পোৱা গৈছে COVID-19 ৰ অৱস্থিতি ৷ ইয়াৰ লগে লগে দেশত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় 54,87,580 গৰাকীলৈ ৷

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য
COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে উল্লেখ কৰা তথ্য অনুসৰি, দেশত বৰ্তমানেও 10,03,299 গৰাকী সক্ৰিয় আক্ৰান্ত লোক আছে ৷ আনহাতে 43,96,399 গৰাকী লোকে ইতিমধ্যে আৰোগ্য লাভ কৰিছে এই মহামাৰীৰ কবলৰ পৰা ৷ উল্লেখ্য যে, দেশত বিগত 24 ঘণ্টাত নতুনকৈ 1,130 গৰাকী লোকে মৃত্যুকত সাৱটি লোৱাৰ সমান্তৰালকৈ কৰ'ণা মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 87,882 গৰাকীলৈ ৷

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে উল্লেখ কৰা অনুসৰি, ভাৰতত বৰ্তমানলৈ 6,43,92,594 নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে ৷ দেওবাৰৰ দিনটোত দেশজুৰি মুঠ 7,31,534 টা নমুনা পৰীক্ষা সম্পন্ন কৰা হৈছে ৷

লগতে পঢ়ক: ভাৰত আৰু চীনৰ মাজত আজি ক'ৰ কামাণ্ডাৰৰ ষষ্ঠ পৰ্যায়ৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.