ETV Bharat / bharat

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

author img

By

Published : Aug 24, 2020, 1:08 PM IST

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, ভাৰতত COVID-19ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 31,06,349 গৰাকীলৈ ৷

COVID-19: ভাৰতৰ শেহতীয়া তথ্য
COVID-19: ভাৰতৰ শেহতীয়া তথ্য

নেশ্যনেল ডেস্ক, 24 আগষ্ট: ভাৰতবৰ্ষত 35 লাখ অতিক্ৰম কৰিলে কৰ'ণা আক্ৰান্তৰ সংখ্যাই ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, ভাৰতত বিগত 24 ঘণ্টাত ধৰা পৰা 61,408 গৰাকী নতুন আক্ৰান্ত লোকৰ সংখ্যাৰে, আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰে 35 লক্ষাধিক ৷

COVID-19: ভাৰতৰ শেহতীয়া তথ্য
COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

ভাৰতৰ COVID-19ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 31,06,349 গৰাকীলৈ বৃদ্ধি পালে ৷ বৰ্তমানেও দেশত 710771 সক্ৰিয় আক্ৰান্ত লোক থকাৰ লগতে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে মুঠ 57,542 গৰাকীলৈ ৷ অৱশ্যে 23.38 লাখ লোকে ইতিমধ্যে এই মহামাৰীৰ কবলৰ পৰা অব্যাহতিও লাভ কৰিছে ৷

যদিও ভাৰতত COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাই 60 হাজাৰ অতিক্ৰম কৰাৰ দিশে অগ্ৰসৰ হৈছে, তীব্ৰ বেগত সংক্ৰমণ বৃদ্ধি পাইছে, তথাপিও বিশ্বৰ অন্য দেশৰ তুলনাত এই সংখ্যা যথেষ্ট কম ৷

লগতে পঢ়ক: COVID-19: ভিন্ন দেশৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.