ETV Bharat / bharat

দেশজুৰি বিগত ২৪ ঘণ্টাত কৰ'ণা আক্ৰান্ত হৈ মৃ্ত্যু হৈছে ৬৮১ গৰাকী ব্যক্তিৰ - কৰ'ণা ভাইৰাছ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি,সোমবাৰে পুৱা ৮ বজা পৰ্যন্ত মহামাৰী কৰ'ণাত আক্ৰান্ত হৈছে মুঠ ১,১১৮,০৪৩ গৰাকী ব্যক্তি । আনহাতে এই ভাইৰাছত আক্ৰান্ত হৈ বিগত ২৪ ঘণ্টাত ৬৮১ গৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান পৰ্যন্ত দেশজুৰি মৃত্যু হোৱা সংখ্যা হৈছে মুঠ ২৭,৪৯৭ গৰাকী ।

কৰ'ণা ভাইৰাছ
কৰ'ণা ভাইৰাছ
author img

By

Published : Jul 20, 2020, 3:23 PM IST

নিউজ ডেস্ক, ১৯ জুলাইঃ দ্ৰুত গতিত বৃদ্ধি পাইছে মহামাৰী কৰ'ণা সংক্ৰমণৰ প্ৰকোপ । সোমবাৰ অৰ্থাৎ ২০ জুলাইত সমগ্ৰ দেশজুৰি নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে ৪০,৪২৫ গৰাকী ব্যক্তি । যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশজুৰি কৰ'ণা আক্ৰান্তৰ সংখ্য়া ১,১১৮,০৪৩ গৰাকীতকৈ অধিক বৃদ্ধি পাই বুলি সদৰি কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ।

আনহাতে,এই ভাইৰাছত আক্ৰান্ত হৈ সোমবাৰ পুৱা ৮ বজালৈ তথা বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৬৮১ গৰাকী লোকৰ। যাৰ ফলত সমগ্ৰ দেশজুৰি কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ২৭,৪৯৭ গৰাকীলৈ বৃদ্ধি পায়। তাৰোপৰি বৰ্তমান পৰ্যন্ত ৩,৯০,৪৫৯ গৰাকী ব্যক্তিৰ দেহত এই মাৰাত্মক ভাইৰাছ সক্ৰিয় হৈ থকাৰ বিপৰীতে এই ভাইৰাছৰ পৰা আৰোগ্য হৈ উঠিছে ৭,০০,০৮৬ গৰাকী ব্যক্তি ।

কৰ'ণা ভাইৰাছ
দেশজুৰি বিগত ২৪ ঘণ্টাত কৰ'ণা আক্ৰান্ত হৈ মৃ্ত্যু হৈছে ৬৮১ গৰাকী ব্যক্তিৰ

আনহাতে, দেশৰ ভিতৰত কৰ'ণাত আক্ৰান্ত হৈ ক্ষতিগ্ৰস্ত হোৱা শীৰ্ষৰ ৰাজ্য তিনিখন হৈছে ক্ৰমে,মহাৰাষ্ট্ৰ, তামিলনাডু আৰু দিল্লী । মহাৰাষ্ট্ৰত বৰ্তমান পৰ্যন্ত কৰ'ণাত আক্ৰান্ত হৈছে ৩,১০,৪৫৫ গৰাকী লোক । তাৰ ভিতৰত ১,২৯,০৩২ গৰাকী ব্যক্তিৰ দেহত এই ভাইৰাছ সক্ৰিয় হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ১,৬৯,৫৬৯ গৰাকী লোক । আনহাতে,এই ভাইৰাছত আক্ৰান্ত হৈ মহাৰাষ্ট্ৰত মৃত্যু হৈছে ১১,৮৫৪ গৰাকী ব্যক্তিৰ ।

তামিলনাডুত কৰ'ণাত আক্ৰান্ত হৈছে মুঠ ১,৭০,৬৯৩ গৰাকী লোকৰ । তাৰ ভিতৰত ৫০,২৯৭ গৰাকী ব্যক্তিৰ দেহত এই ভাইৰাছ সক্ৰিয় হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ১,১৭,৯১৫ গৰাকী লোক । আনহাতে,এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ২,৪৮১ গৰাকীৰ ।

দিল্লীত বৰ্তমান পৰ্যন্ত কৰ'ণাত আক্ৰান্ত হৈছে মুঠ ১,২২,৭৯৩ গৰাকী লোক । তাৰ ভিতৰত ১৬,০৩১ গৰাকী ব্যক্তিৰ দেহত এই ভাইৰাছ সক্ৰিয় হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ১,০৩,১৩৪ গৰাকী লোক । আনহাতে,এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৩,৬২৮ গৰাকী ।

আনহাতে, অসমত বৰ্তমান পৰ্যন্ত কৰ'ণা আক্ৰান্তৰ সংখ্যা হৈছে ২৩,৯৯৯ গৰাকী । তাৰ ভিতৰত ৭,৯১৯ গৰাকী ব্যক্তিৰ দেহত এই ভাইৰাছ সক্ৰিয় হৈ থকাৰ বিপৰীতে এই ভাইৰাছৰ পৰা আৰোগ্য হৈ উঠিছে ১৬,০২৩ গৰাকী । তাৰোপৰি ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৫৭ গৰাকী ব্যক্তিৰ ।

লগতে চাওকঃ বাক্সাত বনৰীয়া হাতীৰ কৰুণ মৃত্য়ু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.