নেশ্যনেল ডেস্ক, ৮ জুন: কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ প্ৰতিবেদন অনুসৰি,সোমবাৰে দেশজুৰি কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ২,৫৬,৬১১ জন হয় ।
![কোভিড-১৯: দেশজুৰি শেহতীয়া তথ্য](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11:30_7521514_734_7521514_1591588267181.png)
স্বাস্থ্য মন্ত্ৰণালয়ৰ ৱেব চাইটত উল্লেখিত তথ্য মতে, ৮ জুনৰ পুৱা ৮ বজালৈ কোভিড-১৯ত আক্ৰান্তৰ মুঠ সংখ্যা ৭,১৩৫ জনৰ মৃত্যুসহ ২,৫৬,৬১১ জন হয়গৈ । ইয়াৰ লগতে মুঠ ১,২৪,০৯৫ জন ৰোগী ইতিমধ্যে সুস্থ হৈ উঠিছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: কোভিড-19ঃ বিশ্বজুৰি শেহতীয়া তথ্য