ETV Bharat / bharat

ভাৰতবৰ্ষত COVID-19ৰ শেহতীয়া তথ্য

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ শেহতীয়া তথ্য অনুসৰি, শনিবাৰে সমগ্ৰ ভাৰতবৰ্ষতে মুঠ 37,336 গৰাকী লোকৰ দেহত COVID-19ৰ অৱস্থিতি পোৱা গৈছে ।

COVID-19 India tracker: State-wise report

author img

By

Published : May 2, 2020, 3:43 PM IST

নেশ্যনেল ডেস্ক, 2 মে': শনিবাৰে সমগ্ৰ ভাৰতবৰ্ষতে COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা 37,336লৈ বৃদ্ধি হয় বুলি প্ৰকাশ কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ।

ভাৰতবৰ্ষত COVID-19ৰ শেহতীয়া তথ্য
ভাৰতবৰ্ষত COVID-19ৰ শেহতীয়া তথ্য

স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকা কৰা তথ্য অনুসৰি, 2 মে' ৰাতিপুৱা 8 বজালৈ COVID-19 1,218 গৰাকী লোকৰ মৃত্যুসহ পজিটিভ লোকৰ সংখ্যা মুঠ 37,336লৈ বৃদ্ধি পায় । বৰ্তমানলৈ মহাৰাষ্ট্ৰত সবাতোকৈ অধিক 11,506 আক্ৰান্তৰ সংখ্যা পোৱাৰ বিপৰীতে দ্বিতীয় স্থানত আছে গুজৰাট । গুজৰাটত বৰ্তমানলৈ 4,721 টা লোকৰ দেহত COVID-19ৰ অৱস্থিতি পোৱা গৈছে ।

লগতে পঢ়কঃ ৫খনকৈ শ্ৰমিক স্পেচিয়েল ট্ৰেইনৰ সফল যাত্ৰা সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.