ETV Bharat / bharat

COVID 19: ৰাজ্যজুৰি 1 মে'ৰ সামগ্ৰিক স্থিতি

শুকুৰবাৰলৈ দেশত COVID 19 পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা 9,064 গৰাকী বুলি তথ্য প্ৰকাশ কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ৷

ৰাজ্যজুৰি 1 মে'ৰ সামগ্ৰিকস্থিতি
ৰাজ্যজুৰি 1 মে'ৰ সামগ্ৰিকস্থিতি
author img

By

Published : May 1, 2020, 8:02 PM IST

নিউজ ডেস্ক, 1 মেঃ লক্ ডাউনৰ দ্বাৰা চৰকাৰে কৰ'ণা প্ৰতিৰোধৰ চেষ্টা অব্যাহত ৰাখিছে যদিও প্ৰতিদিনে এই ৰোগত হৈছে বহু লোক ৷ 1 মে'ৰ সন্ধিয়া 5 বজালৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ ৱেবচাইটত প্ৰকাশ পোৱা তথ্য অনুসৰি শুকুৰবাৰে সমগ্ৰ ভাৰতত COVID 19 ত আক্ৰান্তৰ সংখ্যা 35,365 গৰাকীলৈ বৃদ্ধি ৷ লগতে কৰ'ণাত নিহতৰ সংখ্যা 1,152 গৰাকী ৷

ৰাজ্যজুৰি 1 মে'ৰ সামগ্ৰিকস্থিতি
ৰাজ্যজুৰি 1 মে'ৰ সামগ্ৰিকস্থিতি

এই পৰ্যন্ত মহাৰাষ্ট্ৰত কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা 10,498 গৰাকী হোৱাৰ লগতে গুজৰাটত আক্ৰান্তৰ সংখ্যা 4,395 গৰাকী ৷ আনহাতে, অসমত এই পৰ্যন্ত আক্ৰান্তৰ সংখ্যা 42 গৰাকী হোৱাৰ লগতে আৰোগ্য হোৱা লোকৰ সংখ্যা 29 গৰাকী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.