ETV Bharat / bharat

বৰ্তমানলৈকে ভাৰতত COVID-19 ত আক্ৰান্তৰ পৰিসংখ্যা

author img

By

Published : Apr 11, 2020, 1:13 PM IST

ভাৰতত বৰ্তমানলৈকে COVID 19ত আক্ৰান্ত হৈছে 7,447 গৰাকী লোক ৷ ইয়াৰে 643 গৰাকী লোকে আৰোগ্য লাভ কৰা বিপৰীতে মৃত্যু হৈছে 239 গৰাকী ৷

COVID-19 India tracker: State-wise report

নিউজ ডেস্ক, 11 এপ্ৰিল : ভাৰতৰ স্বাস্থ্য পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত বৰ্তমানলৈকে ভাৰতত COVID-19ত আক্ৰান্ত হৈছে 7447 গৰাকী লোক ৷ ইয়াৰ বিপৰীতে বৰ্তমানলৈকে মৃত্যু হৈছে 239 গৰাকী লোক আৰু আৰোগ্য লাভ কৰিছে 643 গৰাকীয়ে ৷

COVID-19 India tracker: State-wise report
বৰ্তমানলৈকে ভাৰতত COVID-19 ত আক্ৰান্তৰ পৰিসংখ্যা

মন্ত্ৰণালয়ৰ ৱেবচাইটত প্ৰকাশিত তথ্য অনুসৰি 11 এপ্ৰিলৰ পুৱা 8 বজালৈকে মহাৰাষ্ট্ৰত আক্ৰান্ত হৈছে সৰ্বাধিক 1574 গৰাকী লোক আৰু তামিলনাডুত আক্ৰান্ত হৈছে 911 গৰাকী ৷

লগতে পঢ়ক : ভিডিঅ'যোগে ৰাইজক নিজাকৈ মাস্ক প্ৰস্তুতৰ আহ্বান চৰকাৰৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.