নিউজ ডেস্ক, 9 এপ্ৰিল : ভাৰতৰ স্বাস্থ্য আৰু পৰিয়ল কল্যাণ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি বৃহস্পতিবাৰ বিয়লি 5 বজালৈকে ভাৰতত COVID19ৰ দ্বাৰা আক্ৰান্ত হৈছে 5865 গৰাকী লোক আৰু মৃত্যু হৈছে 169 গৰাকীৰ ৷ আনহাতে বৰ্তমানলৈকে আৰোগ্য হৈছে 477 গৰাকী লোক ৷ স্বাস্থ্য মন্ত্ৰণালয়ৰ ৱেবচাইটত প্ৰকাশিত তথ্য অনুসৰি মহাৰাষ্ট্ৰত সৰ্বাধিক 1135 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে তামিলনাডুত আক্ৰান্তৰ সংখ্যা হৈছেগৈ 738 গৰাকী ৷
লগতে পঢ়ক : কৰ্নাটকত পুনৰ এজনৰ মৃত্যু, মৃতকৰ সংখ্যা 6গৰাকীলৈ বৃদ্ধি