ETV Bharat / bharat

COVID-19: FCI ৰ বিষয়ালৈ ৩৫ লাখ টকা পৰ্যন্ত বীমা সুৰক্ষাৰ ঘোষণা খাদ্য মন্ত্ৰীৰ - COVID-19

খাদ্য মন্ত্ৰী ৰামবিলাশ পাছৱানৰ বিশেষ ঘোষণা । মহামাৰী কৰ'ণা ভাইৰাছৰ সংকটৰ সময়ছোৱাত FCIৰ কৰ্মৰত প্ৰায় ১ লাখৰো অধিক বিষয়া, কৰ্মচাৰী থতা শ্ৰমিকক ৩৫ লাখ টকা পৰ্যন্ত জীৱন বীমা সুৰক্ষা প্ৰদান কৰা হ'ব বুলি সদৰী কৰে কেন্দ্ৰীয় খাদ্য মন্ত্ৰী ৰামবিলাশ পাছৱানে ।

COVID-19
COVID-19: FCI ৰ বিষয়াললৈ ৩৫ লাখ টকা পৰ্যন্ত বীমাৰ ঘোষণা খাদ্য মন্ত্ৰীৰ
author img

By

Published : Apr 11, 2020, 12:01 AM IST

নিউজ ডেস্ক, ১০ এপ্ৰিলঃ শুকুৰবাৰে কেন্দ্ৰীয় খাদ্য মন্ত্ৰী ৰামবিলাশ পাছৱান বিশেষ ঘোষণা । ২৪ মাৰ্চৰ পৰা লক ডাউনৰ সময়ছোৱাত FCI ৰ কৰ্মত নিয়োজিত ১ লাখৰো অধিক কৰ্মী আৰু শ্ৰমিকক ৩৫ লাখ টকা পৰ্যন্ত জীৱন বীমা কৰোৱা হ'ব ।

COVID-19
COVID-19: FCI ৰ বিষয়াললৈ ৩৫ লাখ টকা পৰ্যন্ত বীমা সুৰক্ষাৰ ঘোষণা খাদ্য মন্ত্ৰীৰ

পাছৱানে কয় যে, মহামাৰী কৰ'ণা ভাইৰাছৰ সংকটৰ সময়ছোৱাত কৰ্মৰত ৮০,০০০ জন শ্ৰমিকসহ FCI ৰ ১ লাখৰো অধিক বিষয়াক জীৱন বীমা সুৰক্ষা প্ৰদান কৰাৰ নিৰ্ণয় লোৱা হৈছে ।

লগতে কয়, প্ৰতিগৰাকী ব্যক্তিক ১৫ লাখ টকাৰ জীৱন বীমা সুৰক্ষা, নিয়মিত কৰ্মীসকলক ১০ লাখ টকাৰ বীমা আৰু FCI ৰ কৰ্মীসকলক ২৫-৩৫ লাখ টকা পৰ্যন্ত জীৱন বীমা সুৰক্ষাৰ প্ৰদান কৰা হ'ব ।

এই বীমাৰ জৰিয়তে সন্ত্ৰাসবাদীৰ আক্ৰমণ, বোমা বিস্ফোৰণ, কোনো হিংসাত্মক কাৰ্যকলাপ তথা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত FCIত কৰ্মৰত কৰ্মী তথা শ্ৰমিকজনৰ মৃত্যু হলে এই বীমাৰ ধনৰাশি পৰিয়ালৰ সদস্যক দিয়া হ'ব । কিন্তু ঠিকাভিত্তিক শ্ৰমিকসকলক এই বীমাত অন্তৰ্ভুক্ত কৰা নহয় বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ।

State-owned Food Corporation of India চুমুকৈ FCI য়ে কৃষকৰ পৰা ন্য়ূনতম মূল্যত খাদ্য সামগ্ৰী ক্ৰয় কৰা নিয়োজিত হোৱাৰ উপৰিও দেশৰ ৮১ কোটি ৰেচন কাৰ্ড থকা ব্যক্তিলৈ খাদ্য সামগ্ৰী পঠোৱাৰ ব্যৱস্থা কৰি আহিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.