ETV Bharat / bharat

কৰ'ণা ভাইৰাছৰ প্ৰভাৱত ৰপ্তানি স্থগিত 'ব্যাদাগি' জলকীয়াৰ

কৰ'ণা ভাইৰাছে মানুহৰ লগতে বিশেষভাৱে প্ৰভাৱিত কৰিছে 'ব্যাদাগি' নামৰ শুকান জলকীয়াবিধক ৷ ভাৰতৰ পৰা চীনলৈ ৰপ্তানি স্থগিত আছে এই বিশেষ জলকীয়াৰ ৷ যাৰ বাবে দৰ হ্ৰাস পাইছে 'ব্যাদাগি' নামৰ শুকান জলকীয়াবিধৰ ৷

ৰপ্তানি স্থগিত 'ব্যাদাগি' জলকীয়াৰ
ৰপ্তানি স্থগিত 'ব্যাদাগি' জলকীয়াৰ
author img

By

Published : Feb 7, 2020, 7:56 PM IST

নেশ্যনেল ডেস্ক, 7 ফেব্ৰুৱাৰীঃ কৰ'ণা ভাইৰাছে কেৱল মানুহকে নহয়, 'ব্যাদাগি' নামৰ শুকান জলকীয়াকো প্ৰভাৱিত কৰিছে ৷ কৰ'ণা ভাইৰাছৰ বাবে 'ব্যাদাগি' জলকীয়াৰ দৰ হ্ৰাস পাইছে ৷ ভাৰতৰ পৰা চীনলৈ ৰপ্তানি হোৱা এইবিধ শুকান জলকীয়াৰ ৰপ্তানি বৰ্তমান সম্পূৰ্ণভাৱে স্থগিত ৰখা হৈছে ৷ যাৰ বাবে জমা হৈ থকাৰ ফলত এই জলকীয়াৰ খেতিয়ক সকলে লোকচানৰ সন্মুখিন হৈছে ৷

জমা হৈ থকাৰ ফলত লোকচান হ'ব ধৰিছে জলকীয়াৰ
জমা হৈ থকাৰ ফলত লোকচান হ'ব ধৰিছে জলকীয়াৰ

শুকান জলকীয়াৰ ৰপ্তানি স্থগিত কৰাৰ আগতে প্ৰত্যেক কুইণ্টল জলকীয়াৰ দাম আছিল 17 ৰ পৰা 20 হাজাৰ পৰ্যন্ত ৷ কিন্তু এতিয়া কৰ'ণা ভাইৰাছৰ প্ৰভাৱত এই মূল্য 10 ৰ পৰা 12 হাজাৰলৈ হ্ৰাস পাইছে ৷ বেল্লাৰী জিলাত কৃষক সকলে 70 হেক্টৰ আৰু কাম্পলী তালুকত 6250 হেক্টৰ জলকীয়া ৰুপন কৰা হৈছে ৷ এই অঞ্চলত হোৱা প্ৰচুৰ পৰিমানৰ বৰষুণৰ বাবে বছৰটোত অৰ্ধেক জলকীয়া নষ্ট হৈ যায় ৷ ইয়াৰ বিপৰীতে পুনৰবাৰ কৰ'ণা ভাইৰাছৰ প্ৰভাৱত কৃষক সকল অন্য এক সমস্যাৰ মুখামুখি হ'বলগীয়া হৈছে ৷

তথ্য অনুসৰি বৰ্তমানলৈ কৰ'ণা ভাইৰাছৰ প্ৰভাৱত মৃতকৰ সংখ্যা 636 গৰাকীলৈ বৃদ্ধি পাইছে ৷ মৃত ব্যক্তিসকলৰ ভিতৰত 618 গৰাকী ব্যক্তিয়েই চীনৰ হুৱেই প্ৰদেশৰ ৷ ইতিমধ্যে চীনৰ ৱুহান চহৰৰ পৰা 645 গৰাকী ভাৰতীয়ক আনি, সেনাৰ শিবিৰ আৰু আইটিবিপি কেম্পৰ পৃথকীকৰণ ৱাৰ্ডত ৰাখি কৰ'ণা ভাইৰাছৰ কিছু পৰীক্ষা আব্যাহত ৰাখিছে ৷

কৰ'ণা ভাইৰাছৰ প্ৰভাৱে এতিয়া মানুহৰ জীৱনত সংকটজনক স্থিতি সৃষ্টি কৰাৰ লগতে ভাৰতৰ লগত থকা চীনৰ বাণিজ্যিক সম্পৰ্কতো বহু পৰিমাণে শিথিলতা অনাৰ সম্ভাৱনাই দেখা দিছে ৷

Intro:ಕೊರೊನಾ ವೈರಸ್ ಎಫೆಕ್ಟ್ ಗಣಿನಾಡಿನ ಚಿಲ್ಲಿ ರಫ್ತಿಗೆ ಬಿತ್ತು ಅಡಕತ್ತರಿ!
ಬಳ್ಳಾರಿ: ಕೊರೊನಾ ವೈರಸ್ ಎಫೆಕ್ಟ್ ನಿಂದಾಗಿ ಗಣಿನಾಡು
ಬಳ್ಳಾರಿ ಜಿಲ್ಲೆಯಿಂದ ಚೀನಾ ದೇಶದ ರಫ್ತಿಗೆ ಒಂದ್ ರೀತಿ‌‌ ಅಡಕತ್ತರಿ ಬಿದ್ದಂತಾಗಿದೆ..!
ಇದಲ್ಲದೇ, ಕಳೆದ ಹದಿನೈದು ದಿನಗಳಲ್ಲಿ ಗಣನೀಯ ಪ್ರಮಾಣದಲ್ಲಿ ಚಿಲ್ಲಿಯ ದರವೂ ಕೂಡ ಕಮ್ಮಿಯಾಗಿದೆ. ಅದರಿಂದ ಗಣಿ ಜಿಲ್ಲೆಯ ಚಿಲ್ಲಿ ಬೆಳೆದ ರೈತರು ಕಂಗಾಲಾಗಿ
ದ್ದಾರೆ.
ಬ್ಯಾಡಗಿ ಮೂಲಕ ಬಳ್ಳಾರಿಯ ಕೆಂಪು ಮೆಣಸಿನಕಾಯಿ ಚೀನಾ ದೇಶಕ್ಕೆ ರಫ್ತಾಗುತ್ತಿತ್ತು. ಕಳೆದ 15 ದಿನಗಳ ಹಿಂದೆ ಬ್ಯಾಡಗಿ ಸೇರಿ ವಿವಿಧ ಮಾರುಕಟ್ಟೆಯಲ್ಲಿ ಒಂದು ಕ್ವಿಂಟಲ್‌ಗೆ ಕೆಂಪು ಮೆಣಸಿನ ಕಾಯಿಗೆ ಅಂದಾಜು 20 ರಿಂದ 17 ಸಾವಿರ ರೂ.ದರವಿತ್ತಾದ್ರೂ
ಆದರೀಗ ಏಕಾಏಕಿ ಕ್ವಿಂಟಾಲ್‌ಗೆ ಕೇವಲ 10 ರಿಂದ 12 ಸಾವಿರ ರೂ.ಗೆ ಮಾರಾಟ ಆಗುತ್ತಿದೆ.
ಒಂದೇ ವಾರದಲ್ಲಿ 5 ರಿಂದ 8 ಸಾವಿರ ರೂ.ಗೆ ಧಿಡೀರ್ ಕುಸಿತ ಕಂಡಿದೆ. ಚೀನಾ ದೇಶದಲ್ಲಿ ಕರೋನಾ ವೈರಸ್ ಎಫೆಕ್ಟ್ ನಿಂದ
ರಫ್ತು ಧಿಡೀರನೆ ನಿಂತಿದೆ.
ಬಳ್ಳಾರಿ ಜಿಲ್ಲೆಯ ಕಂಪ್ಲಿ, ಸಿರುಗುಪ್ಪ, ಬಳ್ಳಾರಿ ತಾಲೂಕಿನಾದ್ಯಂತ ಈ ಕೆಂಪು ಮೆಣಸಿನಕಾಯಿ ಬೆಳೆ ಬೆಳೆಯಲಾಗುತ್ತಿದೆ. ಬಳ್ಳಾರಿ ತಾಲೂಕಿನಲ್ಲಿ 70 ಹೆಕ್ಟೇರ್, ಕಂಪ್ಲಿ ತಾಲೂಕಿನ 6250 ಹೆಕ್ಟೇರ್ ಪ್ರದೇಶದಲ್ಲಿ ಮೆಣಸಿನಕಾಯಿ ಬೆಳೆಯನ್ನು‌ ಬೆಳೆಯಲಾಗಿದೆ.
ವಿಶೇಷವಾಗಿ ಡಬ್ಬಿ ಬ್ಯಾಡಗಿ, ಸಿಜೆಂಟಾ 341, 5,531, 355, 4,884 ತಳಿ ಮೆಣಸಿನಕಾಯಿ ಬೆಳೆಯಲಾಗಿದೆ. ಬೆಲೆ ಧಿಡೀರ್ ಕುಸಿತದಿಂದ ಬಳ್ಳಾರಿ ಜಿಲ್ಲೆಯ 20 ಸಾವಿರಕ್ಕೂ ಅಧಿಕ ರೈತರು ಕಂಗಾಲಾಗಿದ್ದಾರೆ.
Body:ಜಿಲ್ಲೆಯ ಕಂಪ್ಲಿ ಭಾಗದ ಅಂದಾಜು 15 ಎಕರೆ ಪ್ರದೇಶದಲ್ಲಿ ಬೆಳೆದ ಮೆಣಸಿನಕಾಯಿ ಬೆಳೆಯು ಅತಿಯಾದ ಮಳೆ ಸುರಿದ ಪರಿಣಾಮ ಮಚ್ಚೆ ರೋಗದಿಂದ ಬಳಲಿ, ಮೆಣಸಿನಕಾಯಿ ಇಳುವರಿ ಕೂಡ ಕಮ್ಮಿಯಾಗಿದೆ. ಆದ್ರೂ ಕೂಡ ಧೃತಿಗೆಡದೆ ಬ್ಯಾಡಗಿ‌ ಮಾರುಕಟ್ಟೆಗೆ ಕೊಂಡೊಯ್ಯುದಾಗ ಉತ್ತಮ ದರವಿತ್ತು.‌ ಕಳೆದ ಎರಡು ತಿಂಗಳ ಹಿಂದಷ್ಟೇ ಕ್ವಿಂಟಲ್‌ಗೆ ‌33 ಸಾವಿರ ರೂ. ಇತ್ತು. ಕೊರೊನಾ ವೈರಸ್ ಎಫೆಕ್ಟ್ ನಿಂದಾಗಿ ಎಕಾಏಕಿ 8 ರಿಂದ 10 ರೂ.ಗೆ ಖರೀದಿಸಲಾಗುತ್ತಿದೆ. ಅದು ಕೂಡ ಸೀಮಿತವಾಗಿದೆ. ಚೀನಾ ಮಾರುಕಟ್ಟೆಗೆ ರಫ್ತಾಗೋದು ಕೂಡ ನಿಂತಿದೆ. ಅದರಿಂದ ಸಾಲಸೋಲ ಮಾಡಿ ಬೆಳೆದ ಮೆಣಸಿನಕಾಯಿ ಬೆಳೆಗೆ ಖರ್ಚಾದ ಹಣವೂ ವಾಪಾಸ್ ಬರದಂತಾಗಿದೆ ಎಂದು ಯುವ ರೈತನಾದ ಕಿಶೋರ ಬೇಸರ ವ್ಯಕ್ತಪಡಿಸಿದ್ದಾರೆ.

ವರದಿ: ವೀರೇಶ ಕಟ್ಟೆಮ್ಯಾಗಳ, ಬಳ್ಳಾರಿ.

ಬೈಟ್ : ಕಿಶೋರ್, ಮೆಣಸಿನಕಾಯಿ ಬೆಳೆಗಾರ

Conclusion:KN_BLY_1_REDY_CHILLI_EXPORT_STOP_STY_VSL_7203310
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.