ETV Bharat / bharat

চিকিৎসালয়ত ক'ভিড-19 আক্ৰান্তৰ আত্মহত্যা !

দিল্লীৰ বত্ৰা হাস্পতালত সংঘটিত হৈছে এটা অস্বাভাৱিক ঘটনা ৷ এগৰাকী 63 বছৰীয়া ক'ভিড-19 আক্ৰান্ত ব্যক্তিয়ে ল'লে চৰম সিদ্ধান্ত ৷ সমগ্ৰ চিকিৎসালয়খনত চাঞ্চল্যৰ সৃষ্টি ৷

covid 19
covid 19
author img

By

Published : Jun 2, 2020, 4:17 AM IST

নিউজ ডেস্ক,2 জুন : দিল্লীৰ এখন চিকিৎসালয়ত সংঘটিত হৈছে এটা লোমহৰ্ষক ঘটনা ৷ বত্ৰা নামৰ চিকিৎসালয়খন চিকিৎসাধীন হৈ থকা অৱস্থাতে আত্মহত্যা কৰিছে এগৰাকী 63 বছৰীয়া ব্যক্তিয়ে ৷ ক'ভিড-19ত আক্ৰান্ত হোৱা ব্যক্তি গৰাকীৰ চিকিৎসা চলি আছিল চিকিৎসালয়খনত ৷

covid 19
চিকিৎসালয়ত ক'ভিড-19 আক্ৰান্তৰ আত্মহত্যা !

যোৱা 20 মে' তাৰিখে চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল লোকজনক ৷ চিকিৎসা চলি থকাৰ মাজতে লোকজনৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে আৰু তেওঁক চিকিৎসালয়খনৰ এটাী কক্ষত ৰখা হয় ৷ সেই কোঠাতেই চিলিং ফেনত ওলমি আত্মহত্যা কৰে ব্যক্তিগৰাকীয়ে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ইতিমধ্যে এটি গোচৰ ৰুজু কৰিছে ৷
লগতে পঢ়ক : অজগৰে গিলাৰ চেষ্টা কৰিছে হৰিণক, ভাইৰেল হ'ল ভিডিঅ' !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.